ডিচি অফিচত মুকলি চাকৰি । খালী ১৫ টা পিয়ন জাৰিকাৰকৰ পদ । কিদৰে কৰিব আবেদন চাওক । DC OFFICE JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, August 5, 2020

ডিচি অফিচত মুকলি চাকৰি । খালী ১৫ টা পিয়ন জাৰিকাৰকৰ পদ । কিদৰে কৰিব আবেদন চাওক । DC OFFICE JOB 2020

অসমৰ এখন ডিচি অফিচত মুকলি হৈছে কেইবাটাও চাকৰিৰ খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
DC OFFICE JOBS IN ASSAM
DC OFFICE JOBS IN ASSAM 2020

আবেদন প্ৰক্ৰিয়া

অফলাইন । 

আবেদনৰ অন্তিম দিন

২৫ আগষ্ট, ২০২০ । 

খালী পদৰ সবিশেষ-

1. খালী পদৰ নাম- অফিচ পিয়ন
খালী পদ - ১১ টা ।
দৰমহা - Rs.12,000 - 37,500/- plus Grade Pay of Rs. 3,900/
শিক্ষাগত অৰ্হতা- অষ্টম মান পাছ ।

2. খালী পদৰ নাম- জাৰিকাৰক
খালী পদ - ৪ টা ।
দৰমহা -  Rs.12,000 - 37,500/- plus Grade Pay of Rs. 4,400/
শিক্ষাগত অৰ্হতা- অষ্টম মান পাছ ।

বয়স-

১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক- আকৌ মুকলি কভিড-১৯ চেন্টাৰত চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা ।

বাচনি প্ৰক্ৰিয়া

আবেদনকাৰী প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ যোগেদি বাচনি কৰা হব ।

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব । আবেদন কৰিবৰ বাবে তলত দিয়া এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ফিলআপ কৰি বয়স, শিক্ষা, এপ্লইমেন্ট এখচেন্জ কাৰ্ড, চহি, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ আদিৰ চেলফ এটাছ জেৰক্স কপিৰ লগত পাছফৰ্ট ফটোৰ সৈতে তলত দিয়া ঠিকনাত পঠিয়াব লাগিব । আবেদন ফৰ্মত মোবাইল নং দিবলৈ নাপাহৰিব । APPLICATION FOR THE POST OF PEON/ JARIKARAK বুলি খামৰ উপৰত লিখিবলৈ নাপাহৰিব ।

চাকৰিৰ স্থান

ডিচি অফিচ, নলবাৰী ।

ঠিকনা

THE DEPUTY COMMISSIONER, NALBARI :: OFFICE OF THE DEPUTY COMMISSIONER, NALBARI, PIN: -781335

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close