সমাজ কল্যাণ বিভাগত মুকলি চাকৰি । কিদৰে কৰিব আবেদন চাওক । Social Welfare Jobs in Assam 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, August 5, 2020

সমাজ কল্যাণ বিভাগত মুকলি চাকৰি । কিদৰে কৰিব আবেদন চাওক । Social Welfare Jobs in Assam 2020

Social Welfare Department, Assam য়ে শেহতীয়াকৈ Poshan Abhiyan ৰ অন্তৰ্গত 37 টা District & Block Level ভিত্তিক নিযুক্তি বিচাৰি আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে ।
Social Welfare Jobs in Assam 2020
Social Welfare Jobs in Assam 2020

খালী পদৰ সবিশেষ

১. জিলা কৰডিনেটৰ 

খালী পদ- ১টা 
জিলা - Barpeta 

শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট নাইবা Diploma in  ( IT or Computer Science) লগতে 
  • Application maintenance & support ৰ ২ বছৰীয়া অভিজ্ঞতা । 
  • স্থানীয় ভাষাৰ জ্ঞান থকাটো প্ৰয়োজনীয়া । 
  • কম্পিউটাৰ জ্ঞান থকাটো প্ৰয়োজনীয় ।

2. জিলা প্ৰজেক্ট এছিছটেন্ট

খালী পদ- ৩ টা 
জিলা - Bongaigaon-1, Dhubri-1, Jorhat-1
শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট নাইবা Post Graduate Diploma in Management/ Social Sciences/ Nutrition লগতে 
  • Capacity building, with supervisory skills ৰ ২ বছৰীয়া অভিজ্ঞতা । 
  • স্থানীয় ভাষাৰ জ্ঞান থকাটো প্ৰয়োজনীয়া লগতে ইংৰাজী  । 
  • কম্পিউটাৰ জ্ঞান থকাটো প্ৰয়োজনীয় ।

3.ব্লক কৰডিনেটৰ

খালী পদ- ১৭ টা
জিলা- Dhubri-1, Biswanath-1, Charaideo-1, Dibrugarh-5, Golaghat-2, Kamrup(M)-1, Baksa-1, Darrang-1, Lakhimpur-1, Tinsukia-2, Karbi Anglong-1
শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট 
  •  Technology and software application support ৰ ২ বছৰীয়া অভিজ্ঞতা ।
  • স্থানীয় ভাষাৰ জ্ঞান থকাটো প্ৰয়োজনীয়া  । 
দৰমহা- ১৫০০০ টকা ।

4.ব্লক প্ৰজেক্ট এছিছটেন্ট

খালী পদ- ১৬ টা 
জিলা -Bongaigaon-1, Dhubri-1, Jorhat-3, Biswanath-2, Dibrugarh-1, Golaghat-5, Baksa-1, Darrang-1, Udalguri-1
শিক্ষাগত অৰ্হতা- গ্ৰেডুৱেট
  • Community/Local Government ৰ সৈতে কাম কৰা ১ বছৰীয়া অভিজ্ঞতা ।
  • স্থানীয় ভাষাৰ জ্ঞান থকাটো প্ৰয়োজনীয়া  । 
দৰমহা- ১৫০০০ টকা ।

কিদৰে আবেদন কৰিব- 

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি নিজ জিলাৰ District Social Welfare Officer ৰ হাতত জমা দিব লাগিব । আবেদন পত্ৰ ৩১ আগষ্টৰ ভিতৰত জমা দিব লাগিব ।

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close