আকৌ মুকলি কভিড-১৯ চেন্টাৰত চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা । ASSAM COVID 19 JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, August 6, 2020

আকৌ মুকলি কভিড-১৯ চেন্টাৰত চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা । ASSAM COVID 19 JOBS 2020

The District Health Society, National Health Mission, চিৰাং জিলাত শেহতীয়াকৈ মুকলি হৈছে কভিড ১৯ হস্পিটালৰ বাবে কেইবাটাও নতুন পদ । ক্লিনাৰৰ পৰা আৰম্ভ কৰি ডাক্তৰ, নাৰ্ছ আদি পদৰ মুঠ ৬০ টা মুকলি হৈছে যিসকলক Covid Care Center ত নিযুক্তি দিয়া হব । আমি আজি জনাম কিদৰে নাৰ্ছ আৰু ক্লিনাৰৰ পদত আবেদন কৰিব ।
ASSAM COVID 19 JOBS 2020
ASSAM COVID 19 JOBS 2020

আবেদন প্ৰক্ৰিয়া

অফলাইন (ডাইৰেক্ট ইন্টাৰভিউ)

১. ক্লিনাৰ 

খালী পদ - ১০ টা 
অৰ্হতা- অষ্টম মান পাছ । 

২. ষ্টাফ নাৰ্ছ

খালী পদ - ১৫ টা
অৰ্হতা- BSc nursing /GNM course পাছ । 
দৰমহা- ১৮০০০ টকা । 
বয়স- ৪৩ বছৰ পৰ্যন্ত ।

৩. এএনএম(ANM)

খালী পদ - ১৫ টা
অৰ্হতা- BSc nursing /GNM course পাছ । 
দৰমহা- ১৮০০০ টকা । 
বয়স- ৪৩ বছৰ পৰ্যন্ত । 

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাইৰেক্ট ইন্টাৰভিউৰ বাবে তলত দিয়া ঠিকনাত যাব লাগিব । ইন্টাৰভিউৰ সবিশেষ তলত দিয়া হৈছে । ইন্টাৰভিউৰ বাবে ফটো পৰিচয় পত্ৰৰ সৈতে সকলো শিক্ষাগত আৰু প্ৰয়োজনীয় নথি পত্ৰসমূহৰ জেৰক্স লগত লৈ যাব লাগিব ।

লগতে পঢ়ক - পিয়নৰ ৭ টা চাকৰি মুকলি । অৰ্হতা অষ্টম মান ।


ইন্টাৰভিউৰ সবিশেষ-

ইন্টাৰভিউৰ তাৰিখ: 14 August 2020
সময় : 11:00 AM বজাৰ পৰা ।
স্থান : Conference Hall, DC office Chirang.

চৰকাৰে দিয়া এই চাকৰিৰ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close