শেহতীয়াকৈ অসমৰ এখন কৰ্টত মুকলি হৈছে পিয়নৰ কেইবাটাও পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া -
অফলাইন ।
খালী পদৰ নাম -
পিয়ন(গ্ৰেড ফৰ)
খালী পদ-
৩ টা
চাকৰিৰ স্থান-
লক্ষীমপুৰ ।
দৰমহা-
Rs 12000-52000/- + GP Rs 3900/-
বয়স-
১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)শিক্ষাগত অৰ্হতা-
অষ্টম মান পাছ কিন্তু হায়াৰ ছেকেণ্ডেৰী অনুতীৰ্ণ ।লগতে পঢ়ক- আকৌ মুকলি কভিড-১৯ চেন্টাৰত চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা ।
কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব । আবেদন কৰিবৰ বাবে তলত দিয়া এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ফিলআপ কৰি বয়স, শিক্ষা, এপ্লইমেন্ট এখচেন্জ কাৰ্ড, চহি, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ আদিৰ চেলফ এটাছ জেৰক্স কপিৰ লগত ৩ কপি পাছফৰ্ট ফটোৰ সৈতে তলত দিয়া ঠিকনাত পঠিয়াব লাগিব । আবেদন ফৰ্মত মোবাইল নং দিবলৈ নাপাহৰিব । APPLICATION FOR THE POST OF PEON বুলি খামৰ উপৰত লিখিবলৈ নাপাহৰিব ।ইচ্ছুক প্ৰাৰ্থীসকলে Chief Judicial Magistrate, Lakhimpur, North Lakhimpur ৰ সন্মূখত থকা বাকচত নাইবা ordinary postal service ৰ যোগেদি জমা দিব পাৰে ।ঠিকনা -
Chief Judicial Magistrate,District Judicial Court Complex, Lakhimpur, P.O: North Lakhimpur, Pin:787001, Dist-Lakhimpur, Assam .
No comments:
Post a Comment