আকৌ অসমৰ এখন কৰ্টত মুকলি চাকৰি । পিয়নৰ পদ খালী । অৰ্হতা অষ্টম মান । COURT JOBS IN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, August 12, 2020

আকৌ অসমৰ এখন কৰ্টত মুকলি চাকৰি । পিয়নৰ পদ খালী । অৰ্হতা অষ্টম মান । COURT JOBS IN ASSAM 2020

শেহতীয়াকৈ অসমৰ এখন কৰ্টত মুকলি হৈছে পিয়নৰ কেইবাটাও পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া -

অফলাইন ।

খালী পদৰ নাম -

পিয়ন(গ্ৰেড ফৰ)

খালী পদ-

১ টা

লগতে পঢ়ক -ডিচি অফিচত মুকলি চাকৰি । খালী ১৫ টা পিয়ন জাৰিকাৰকৰ পদ । অৰ্হত- ৮ পাছ ।

চাকৰিৰ স্থান-

চিৰাং, কাজলগাঁও।

দৰমহা-

Rs 12000-52000/- + GP Rs 3900/-

বয়স-

১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

শিক্ষাগত অৰ্হতা-

অষ্টম মানৰ পৰা দশম মান পাছ  ।

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব । আবেদন কৰিবৰ বাবে তলত দিয়া এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ফিলআপ কৰি বয়স, শিক্ষা, এপ্লইমেন্ট এখচেন্জ কাৰ্ড, চহি, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ আদিৰ চেলফ এটাছ জেৰক্স কপিৰ লগত ৩ কপি পাছফৰ্ট ফটোৰ সৈতে তলত দিয়া ঠিকনাত পঠিয়াব লাগিব । আবেদন ফৰ্মত মোবাইল নং দিবলৈ নাপাহৰিব । APPLICATION FOR THE POST OF PEON FOR OFFICER বুলি খামৰ উপৰত লিখিবলৈ নাপাহৰিব ।ইচ্ছুক প্ৰাৰ্থীসকলে ডাকযোগে জমা দিব পাৰে । 

ঠিকনা

Town/Vill.- Kajalgaon, P.O.- KajalgaonP.S.- Dhaligaon, District :- Chirang Assam - 78338

আবেদনৰ অন্তিম দিন

২৬ আগষ্ট, ২০২০ ।

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close