শোণিতপুৰ জিলাৰ ৰঙাপাৰা কলেজত চাকৰি । অৰ্হতা দশম মানৰ পৰা । আজিয়েই কৰক আবেদন । RANGAPARA COLLEGE JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, August 14, 2020

শোণিতপুৰ জিলাৰ ৰঙাপাৰা কলেজত চাকৰি । অৰ্হতা দশম মানৰ পৰা । আজিয়েই কৰক আবেদন । RANGAPARA COLLEGE JOBS 2020

অসম চৰকাৰৰ কেইবাখনো চৰকাৰী মহাবিদ্যালয়ত অফিচ ষ্টাফৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । সৰ্বমুঠ ২৫ টা অধ্যাপকৰ পদ খালী হৈছে যদিও আজি আমি আলোচনা কৰিম খালী হোৱা অফিচ বিয়াৰাৰ পদসমূহৰ ওপৰত যিবিলাক পদ সকলোৱে আবেদন কৰিব পাৰে । গতিকে আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া -

অফলাইন ।

লেবৰটৰী বিয়াৰাৰ 

খালী পদ - ৪ টা 
অৰ্হতা - মেট্ৰিক পাছ 
বয়স- ১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) 
দৰমহা - Rs 12000-52000/- + GP Rs 3900/-

লেবৰটৰী এছিছটেন্ট 

খালী পদ - ১ টা 
অৰ্হতা - যিকোনো গ্ৰেডুৱেট । ( লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ )
বয়স- ১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন ডাকযোগে আবেদন কৰিব । আবেদন কৰিবৰ বাবে তলত দিয়া এপ্লিকেচন ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ফিলআপ কৰি বয়স, শিক্ষা, এপ্লইমেন্ট এখচেন্জ কাৰ্ড, চহি, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ আদিৰ চেলফ এটাছ জেৰক্স কপিৰ লগত পাছফৰ্ট ফটোৰ সৈতে তলত দিয়া ঠিকনাত পঠিয়াব লাগিব । আবেদন ফৰ্মত মোবাইল নং ,ইমেিল আইডি দিবলৈ নাপাহৰিব । APPLICATION FOR THE POST OF LABORTORY BEARER/ LABORTORY ASSISTANT বুলি খামৰ উপৰত লিখিবলৈ নাপাহৰিব ।

ঠিকনা

Principal, Rangapara College, Rangapara, Assam 784505

আবেদনৰ অন্তিম দিন

২৭ আগষ্ট, ২০২০ ।

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close