কৰ্টত মুকলি পিয়নৰ চাকৰি । অৰ্হতা- অষ্টম মান । এইদৰে কৰক আবেদন । PEON JOBS IN A COURT ASSAM - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, August 14, 2020

কৰ্টত মুকলি পিয়নৰ চাকৰি । অৰ্হতা- অষ্টম মান । এইদৰে কৰক আবেদন । PEON JOBS IN A COURT ASSAM

অসমৰ Chief Judicial Magistrate (CJM), নলবাৰীত  খালী হোৱা ২ টা পিয়ন পদত নিযুক্তিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে তলত দিয়া ধৰণে আবেদন কৰিব পাৰে । 
Court Jobs in Assam

আবেদন প্ৰক্ৰিয়া

অফলাইন ।

আবেদনৰ অন্তিম দিন

২ চেপ্তেম্বৰ, ২০২০

খালী হোৱা পদৰ সবিশেষ-

পদৰ নামঃ অফিচ পিয়ন
পদৰ সংখ্যাঃ ২ টা (UR-1, STP-1)
দৰমহাঃ ১২,০০০ টকাৰ পৰা ৫২,০০০ টকালৈ + গ্ৰেড পেঃ ৩,৯০০ টকা
বয়সঃ আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৪৩ বছৰতকৈ বেছি হ'ব নালাগিব। যদি প্ৰাৰ্থীজন OBC/MOBC ৰ হয় তেন্তে ৪৫ বছৰ আৰু SC/ST ৰ হ'লে ৪৭ বছৰলৈকে আবেদন কৰিব পাৰিব।
শিক্ষাগত অৰ্হতাঃ উক্ত পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীগৰাকী অতিকমেও অষ্টম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব।

লগতে পঢ়ক -ডিচি অফিচত মুকলি চাকৰি । খালী ১৫ টা পিয়ন জাৰিকাৰকৰ পদ । অৰ্হত- ৮ পাছ ।

কিদৰে আবেদন কৰিব?

আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ২ চেপ্তেম্বৰ, ২০২০ তাৰিখৰ আগে আগে নিজৰ বয়স, শিক্ষাগত অৰ্হতা, কাষ্ট চাৰ্টিফিকেট আদি চেলফ্ এটেষ্টেট কৰি তিনিকপি পাছপোৰ্ট চাইজৰ ফটোৰ সৈতে  খামত ভৰাই খামৰ ওপৰত নিজৰ সম্পূৰ্ণ নাম ঠিকনা লিখি তলৰ ঠিকনা  পোৱাকৈ ডাকযোগে প্ৰেৰণ কৰিব লাগিব।

ঠিকনা 

The Chief Judicial Magistrate,  Nalbari Main Rd, Nalbari, Assam 781335 
চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্ম ডাউনলোডইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close