আকৌ মুকলি ক্লিনাৰৰ চাকৰি । কিদৰে কৰিব আবেদন চাওক । ESI Hospital Assam Cleaner Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, August 16, 2020

আকৌ মুকলি ক্লিনাৰৰ চাকৰি । কিদৰে কৰিব আবেদন চাওক । ESI Hospital Assam Cleaner Jobs 2020

Administrative Medical Officer, ESI Scheme, Assam য়ে শেহতীয়াকৈ মুকলি কৰিছে ক্লিনাৰৰ বাবে আবেদন প্ৰক্ৰিয়া । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলো আমাৰ এই লিখনিত জনাম ।

আবেদন প্ৰক্ৰিয়া

অফলাইন ।

খালী পদৰ নাম

ক্লিনাৰ 

খালী পদ

১৮ টা 

শিক্ষাগত অৰ্হতা

অষ্টম মান । 

দৰমহা- 

১২ হাজাৰ টকা ।

কিদৰে কৰিব আবেদন - 

ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ আইডেনটিটি প্ৰুফ  (PAN Card/ Aadhaar Card) সহ শিক্ষাগত অৰ্হতা আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰ লৈ তলত দিয়া স্থানত যাব লাগিব ।
তাৰিখ : 24/08/2020
সময় : 10:30 AMৰ পৰা
স্থান : Office of the Administrative Medical Officer, ESI Scheme, Assam, Jawaharnagar, Guwahati-22.

চৰকাৰে দিয়া এই চাকৰিৰ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close