জীঅ টেগিং অপাৰেটৰ চাকৰি মুকলি - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 31, 2019

জীঅ টেগিং অপাৰেটৰ চাকৰি মুকলি

জীঅ টেগিং অপাৰেটৰ চাকৰি মুকলি

প্ৰধান মন্ত্ৰী আবাস যোজনা ( আৰবান ) ৰ প্ৰজেক্টৰ অধীনত জীঅ টেগিং অপাৰেটৰ হিচাপে নিযুক্তি বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলে কত কিদৰে আবেদন কৰিব সেই বিষয়ে আজি আমি আপোনালোক জনাম । 

  

খালী হোৱা পদৰ নাম

জিঅ টেগিং অপাৰেটৰ 



প্ৰজেক্টৰ নাম

প্ৰধান মন্ত্ৰী আবাস যোজনা ( আৰবান )

খালী হোৱা পদৰ সংখ্য়া

১৫০ টা (অসম) 

অৰ্হতা

হাইয়াৰ ছেকেণ্ডেৰী উৰ্ত্তীণ হোৱাৰ লগতে এটা এনড্ৰইড ফোন থাকিব লাগিব ।

কি কাম হ'ব

জিঅ টেগাৰ সকল ১ মাহৰ বাবে অস্থায়ীৰৃপে প্ৰধান মন্ত্ৰী আবাস যোজনা ( আৰবান ) ৰ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হোৱা ঘৰসমূহৰ ঠাইলৈ গৈ কামৰ স্থিতি মোবাইলযোগে প্ৰেৰণ কৰিব লাগিব ।



মাননী

জিঅ টেগিং অপাৰেটৰ সকলক প্ৰতি ঘৰ হিচাপত ৪০ টকাকৈ মাননী দিয়া হব ।

লগতে পঢ়ক - মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা

কিদৰে বাচনী কৰা হ'ব

ইচ্ছুক প্ৰাৰ্থীসকলে pmayugeotaggersapplication@gmail.com ত নিজৰ বায়ডাটা মেইল কৰিব লাগিব । 

আবেদনৰ অন্তিম দিন

আবেদনৰ অন্তিম দিন দিয়া নাই যদিও পোনপ্ৰথমে অহা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হব ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here


1 comment:

  1. Sir, I am your big fan..Why are u not share the pvt job info..Really it help us to slect a path of our life..Hope u understand the crises of you info

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close