ভাৰতীয় ৰে'লৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত ২৮৯৪ পদ খালী - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, April 7, 2019

ভাৰতীয় ৰে'লৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত ২৮৯৪ পদ খালী

ভাৰতীয় ৰে'লৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত ২৮৯৪ পদ খালী :

ভাৰতীয় ৰেলৱেত ইতিমধ্য়ে মুকলি হৈছে বিভিন্ন পদ । মুকলি হোৱা প্ৰায় ১ লাখ পদৰ ভিতৰত আমাৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত  মুকলি হৈছে প্ৰায় ২৮৯৪ টা পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব আজি আমি আপোনালোকক জনাম ।

খালী হোৱা পদৰ নাম - 

গ্ৰুপ ডি 

খালী হোৱা পদৰ সংখ্য়া- 

২৮৯৪ টা

স্থান - 

অসম আৰু উত্তৰ পূৱ

বয়স - 

১৮ ৰ পৰা ৩৩ বছৰ (অবিচিৰ বাবে ৩ বছৰ , এছচি এছটিৰ বাবে ৫ বছৰ আৰু বিশেষ ভাৱে সক্ষম লোকৰ বাবে ১০ বছৰ ৰেহাই )

অনলাইন আবেদনৰ অন্তিম দিন - ১২ এপ্ৰিল 

লগতে পঢ়ক - SSCত মুকলি ১০০০০ পদ ( অৰ্হতা - দশম মান )



অনলাইন পেমেন্টৰ অন্তিম দিন - ২৩ এপ্ৰিল 

 

আবেদন কিদৰে কৰিব- 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । 

আবেদনৰ ফিজ- 

আবেদনৰ মাছুল অবিচিৰ/এছচি এছটি/মহিলা/বিশেষভাৱে সক্ষম লোকৰ বাবে ২৫০ টকা আৰু সাধাৰণৰ বাবে ৫০০ টকা ।

অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - click here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close