কেন্দ্ৰীয় চৰকাৰত দশম মান উৰ্ত্তীণৰ বাবে চাকৰি মুকলি : ১০০০০ পদ LATEST GOVT JOB 10,000+ POSTS - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, April 16, 2019

কেন্দ্ৰীয় চৰকাৰত দশম মান উৰ্ত্তীণৰ বাবে চাকৰি মুকলি : ১০০০০ পদ LATEST GOVT JOB 10,000+ POSTS

কেন্দ্ৰীয় চৰকাৰত দশম মান উৰ্ত্তীণৰ বাবে চাকৰি মুকলি : ১০০০০ পদ :

যিসকল দশম মান উৰ্ত্তীণ আৰু তেঁওলোকে যদি এটা চেন্ট্ৰেল চাকৰি বিচাৰি আছে সেইসকলৰ বাবে এটা সুবৰ্ণ সুযোগ । কিছুদিন আগতে ষ্টাফ চিলিকচন কমিচনয়ে HS উৰ্ত্তীণ প্ৰাৰ্থীৰ বাবে পদ মুকলি কৰিছিল । শেহতীয়াকৈ ষ্টাফ চিলিকচন কমিচনয়ে দশম মান উৰ্ত্তীণ প্ৰাৰ্থীৰ বাবে আকৌ মুকলি কৰিব প্ৰায় ১০০০০ পদ মুকলি হৈছে । সেইবিষয়ে আজি আমি আপোনালোকক জনাম ।



কি কি পদ মুকলি হব :

প্ৰাপ্ত খৱৰ মতে ষ্টাফ চিলিকচন কমিচন MTS Recruitment 2019 Notification ত য়ে প্ৰায় ১০,০০০ পদ MTS Non Technical ৰ বাবে চাকৰি মুকলি কৰিছে । MTS Non Technical ৰ ভিতৰত বিভি্ন্ন পদ যেনে Peon, Operator, Chowkidar, Safaiwala, Jamadar,  আদি পদত এছএছচিৰ জৰিয়তে নিয়োগ কৰা হব ।

প্ৰাৰ্থীসকলৰ অৰ্হতা কি হব লাগিব :

ষ্টাফ চিলিকচন কমিচন MTS Recruitment 2019ত আবেদনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলৰ অৰ্হতা দশম মান হব লাগিব ।

বয়স :

বয়স ১৮ ৰ পৰা ২৫ বছৰ হব লাগিব । অৱশ্য়ে OBCৰ বাবে ৩ বছৰ আৰু ST/SCৰ বাবে ৫ বছৰ ৰেহাই আছে ।


দৰমহা:

৫২০০ ৰ পৰা ২০,২০০ টকা ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

অনলাইন আবেদনৰ ফিজ :

General/ OBC: Rs.100/ আৰু SC/ ST/ PH/ Female ৰ বাবে কোনো আবেদন ফিজ দিব নালাগে ।

কিদৰে বাচনি কৰা হ'ব :

ষ্টাফ চিলিকচন কমিচন MTS Recruitment Notification অনুসৰি Multi-Tasking (Non-Technical) Staff Examination-2019 (Paper-I) and Multi Tasking (Non-Technical) Staff Examination-2019 (Paper-II) দিব লাগিব ।



পৰীক্ষাৰ কেন্দ্ৰ:

অসমত অনুষ্ঠিত হব লগীয়া পৰীক্ষা কেন্দ্ৰসমূহ হৈছে - Dibrugarh (5102), Guwahati (Dispur) (5105), Jorhat (5107), Silchar (5111), Tejpur (5112)

লগতে পঢ়ক - আপোনাৰ মাটিত Jio নাইবা Airtelৰ টাৱাৰ বহাব বিচাৰে নেকি ?

প্ৰয়োজনীয় তাৰিখ সমূহ :

অনলাইন আবেদনৰ দিন :  22 April 2019 
অনলাইন আবেদনৰ অন্তিম দিন : 25 May 2019
এডমিট কাৰ্ড ডাউনলোড : পৰীক্ষাৰ ১০ দিন আগত
SSC MTS Paper I: 02 August to 06 September 


2019 SSC MTS Paper II: 17 November 2019


অনলাইন আবেদনৰ বাবে ক্লিক কৰক -click here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close