L&Tত মাইক্ৰ ফাইনেন্স অফিচাৰৰ চাকৰি ( 86) টা পদ- Micro Finance Officer At L & T Finanace Ltd - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, April 20, 2019

L&Tত মাইক্ৰ ফাইনেন্স অফিচাৰৰ চাকৰি ( 86) টা পদ- Micro Finance Officer At L & T Finanace Ltd

L&Tত মাইক্ৰ ফাইনেন্স অফিচাৰৰ চাকৰি ( 86) টা পদ

District Employment Exchange Guwahati য়ে National Career Centre Guwahati আৰু L & T Finanace Ltd ৰ সৈতে লগ লাগি এখন চাকৰিৰ মেলাৰ আয়োজন কৰিছে ।ইয়াৰ দ্বাৰা L & T Finanace Ltd ৰ Micro Finance Officerৰ অসমত থকা খালী পদসমূহ পূৰণ কৰা হব । কত কিদৰে খালী হোৱা পদসমূহৰ বাবে আবেদন কৰিব আমি আপোনাক এই লিখনিৰ জৰিয়তে জনাম ।

খালী হোৱা পদৰ নাম - 

মাইক্ৰ ফাইনেন্স অফিচাৰ (Micro Finance Officer)  

খালী হোৱা পদৰ সংখ্যা - 

86 (Barpeta: 11, Dibrugarh 11, Darrang 19, Kamrup 2, Lakhimpur 7, Nalbari 4, Sonitpur 6, Jorhat 2, Nagaon 9,Tinsukia 4, Sivsagar 3, Golaghat 8 )

দৰমহা -

10,000 + অন্যান্য সুবিধাসমূহ ।


শিক্ষাগত অৰ্হতা -

যিকোনো গ্ৰেডুৱেট (Graduate BA, BBA, BCom, Bsc etc)

লগতে পঢ়ক - SSCত মুকলি ১০০০০ পদ ( অৰ্হতা - দশম মান )

বয়স - 

২৮ বছৰ লৈকে ।

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে পোনপ্ৰথমে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক - click here . সম্পু্ৰ্ণৰৃপে ৰেজিছত্ৰেছন কৰাৰ পাছত গুৱাহাটীৰ চাকৰি মেলাৰ বাবে আবেদন কৰিব লাগিব । তাৰ পাছত আৰু প্ৰাৰ্থীসকলে ইন্টাৰভিউৰ বাবে ২৬ এপ্ৰিল তাৰিখে বায়ডাটা আৰু সংলগ্ন প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে Model Career Centre, District Employment Exchange Guwahati, Rehabari, Guwahati ত উপস্থিত হব লাগিব । গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে ২৬ এপ্ৰিল তাৰিখে উপস্থিত হব লাগিব ।

লগতে পঢ়ক - কেন্দ্ৰীয় চৰকাৰত দশম মান উৰ্ত্তীণৰ বাবে চাকৰি মুকলি : ১০০০০ পদ

প্ৰয়োজনীয় তাৰিখ সমূহ - 

  • অনলাইন আবেদনৰ অন্তিম দিন - ২৪ এপ্ৰিল, ২০১৯ 
  • ইন্টাৰভিউৰ তাৰিখ - ২৬ এপ্ৰিল, ২০১৯

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close