Jana Small Finance Bank ত চাকৰি । Microfinace Company Jobs in Assam 2021 | কিদৰে কৰিব আবেদন চাওক । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, September 2, 2021

Jana Small Finance Bank ত চাকৰি । Microfinace Company Jobs in Assam 2021 | কিদৰে কৰিব আবেদন চাওক ।

Finance Company Jobs in Assam September 2021

Jana Small Finance Bank  য়ে অসমৰ গুৱাহাটীত কেইবাটাও পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । কত কিদৰে কেনেকৈ আবেদন কৰিব আমি সকলোবোৰ জনাম ।  
Jana Small Finance Jobs 2021

এইখিনিতে এটা কথা মনত ৰাখিব যে এইসমুহ প্ৰাইভেট চাকৰি হয়, যদি কোনোবাই আবেদন কৰোতে ধন বিচাৰে তেনে ঠাইত আবেদন নকৰিব । যদি ধনৰ লেনদেন কৰে তাৰ বাবে আমি কোনোপদ্ধেই জগৰীয়া নহয় । গতিকে আহক কি কি চাকৰি মুকলি হৈছে জানো আহক -

Jana Small Finance Bank Recruitment 2021

appl

Jana Small Finance Bankত নিম্নলিখিত পদবোৰ খালী আছে, আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে:-

1) পদৰ নাম - Business Development Executive 

খালীপদৰ সংখ্যা - 10
শিক্ষাৰ অৰ্হতা - স্নাতক

স্থান : গুৱাহাটীৰ জিএছ ৰোড আৰু ফেন্সি বজাৰ
জি.এছ. ৰোড শাখা : প্ৰথম মহলা,V- Square Building, অৰুণোদয় পথ, খ্ৰীষ্টান বস্তি বাছ ষ্টেণ্ডৰ ওচৰত, জি.এছ. ৰোড, গুৱাহাটী - 781007

যোগাযোগ কৰা ব্যক্তি: BSM @ +91 8638023685

ফেন্সি বজাৰ শাখা :প্ৰথম মহলা আই ডুগ্গাৰ বিল্ডিং আই টিআৰপি ৰোড
ফেন্সি বজাৰ - 781001 

যোগাযোগ কৰা ব্যক্তি : বিএছএম @ +91 7035346512
চাকৰিৰ সবিশেষ

  • Acquisition of CASA & liabilities a/c from cold calling, market reference, Fixed Deposit.
  • Responsible for implementing sales and marketing activities within a branch in order to grow the Liabilities business and achievement of sales targets.
  • Movement of CASA Forms, Service Enquiry to the existing and related products & services of customers, adherence to process।
  • Life Insurance / General Insurance. 

আবেদনৰ অৰ্হতা 

বয়সৰ সীমা - 20-35 বছৰ ।
স্নাতক হ'ব লাগিব ।
2 চকীয়া বাহন থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।    
স্মাৰ্ট পুৰুষ/মহিলা উভয়ে এই পদৰ বাবে আবেদন কৰিব পাৰে    

শিক্ষাৰ অৰ্হতা  

প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগিব। আৰু  1-2 বছৰৰ  অভিজ্ঞতা থাকিব লাগিব । 

আবেদনৰ অন্তিম দিন - 10 September 

2) পদৰ নাম - Project Management Consultant 

খালী পদৰ সংখ্যা - 1
শিক্ষাগত অৰ্হতা - স্নাতক
স্থান - গুৱাহাটী
ভূমিকা আৰু দায়বদ্ধতা: Managing Government Relationship and coordinating with Government Body. চৰকাৰী সম্পৰ্ক পৰিচালনা কৰা আৰু চৰকাৰী সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰ ।

বিচৰা প্ৰাৰ্থী প্ৰ'ফাইল: Retired/VRS/Sr. Banker preferably with Audit/Compliance/Experience in managing Government Relationship from PSU Bank/ex Banker who has presently taken career break may apply too.
নিযুক্তিৰ প্ৰকাৰ : স্থায়ী/ঠিকাভিত্তিক

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ বায়ডাটা  Shraddha.Koirala@janabank.comত মেইল কৰিব পাৰে ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/09/ana-small-finance-bank-microfinace-jobs-2021.html 

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close