Finance Company Jobs in Assam September 2021
এইখিনিতে
এটা কথা মনত ৰাখিব যে এইসমুহ প্ৰাইভেট চাকৰি হয়, যদি কোনোবাই আবেদন কৰোতে
ধন বিচাৰে তেনে ঠাইত আবেদন নকৰিব । যদি ধনৰ লেনদেন কৰে তাৰ বাবে আমি
কোনোপদ্ধেই জগৰীয়া নহয় । গতিকে আহক কি কি চাকৰি মুকলি হৈছে জানো
আহক -
Jana Small Finance Bank Recruitment 2021
Jana Small Finance Bankত নিম্নলিখিত পদবোৰ খালী আছে, আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে:-
1) পদৰ নাম - Business Development Executive
খালীপদৰ সংখ্যা - 10
শিক্ষাৰ অৰ্হতা - স্নাতক
স্থান : গুৱাহাটীৰ জিএছ ৰোড আৰু ফেন্সি বজাৰ
জি.এছ. ৰোড শাখা : প্ৰথম মহলা,V- Square Building, অৰুণোদয় পথ, খ্ৰীষ্টান বস্তি বাছ ষ্টেণ্ডৰ ওচৰত, জি.এছ. ৰোড, গুৱাহাটী - 781007
যোগাযোগ কৰা ব্যক্তি: BSM @ +91 8638023685
ফেন্সি বজাৰ শাখা :প্ৰথম মহলা আই ডুগ্গাৰ বিল্ডিং আই টিআৰপি ৰোড
ফেন্সি বজাৰ - 781001
যোগাযোগ কৰা ব্যক্তি : বিএছএম @ +91 7035346512
চাকৰিৰ সবিশেষ :
- Acquisition of CASA & liabilities a/c from cold calling, market reference, Fixed Deposit.
- Responsible for implementing sales and marketing activities within a branch in order to grow the Liabilities business and achievement of sales targets.
- Movement of CASA Forms, Service Enquiry to the existing and related products & services of customers, adherence to process।
- Life Insurance / General Insurance.
আবেদনৰ অৰ্হতা
বয়সৰ সীমা - 20-35 বছৰ ।
স্নাতক হ'ব লাগিব ।
2 চকীয়া বাহন থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
স্মাৰ্ট পুৰুষ/মহিলা উভয়ে এই পদৰ বাবে আবেদন কৰিব পাৰে
শিক্ষাৰ অৰ্হতা
প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগিব। আৰু 1-2 বছৰৰ অভিজ্ঞতা থাকিব লাগিব ।
আবেদনৰ অন্তিম দিন - 10 September
2) পদৰ নাম - Project Management Consultant
খালী পদৰ সংখ্যা - 1
শিক্ষাগত অৰ্হতা - স্নাতক
স্থান - গুৱাহাটী
ভূমিকা আৰু দায়বদ্ধতা: Managing Government Relationship and coordinating with Government Body. চৰকাৰী সম্পৰ্ক পৰিচালনা কৰা আৰু চৰকাৰী সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰ ।
বিচৰা প্ৰাৰ্থী প্ৰ'ফাইল: Retired/VRS/Sr. Banker preferably with Audit/Compliance/Experience in managing Government Relationship from PSU Bank/ex Banker who has presently taken career break may apply too.
নিযুক্তিৰ প্ৰকাৰ : স্থায়ী/ঠিকাভিত্তিক
Yes i readi
ReplyDelete