দৈনিক ৰাতি 1 টাকৈ এসপ্তাহ লং খাওক, ফলাফল দেখি আচৰিত হব | Surprising Health Benefits of Cloves - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, April 14, 2021

দৈনিক ৰাতি 1 টাকৈ এসপ্তাহ লং খাওক, ফলাফল দেখি আচৰিত হব | Surprising Health Benefits of Cloves

Surprising Health Benefits of Cloves

আজি কালি খাদ্যাভাসৰ বাবে দিনক দিনে ৰোগ বাঢ়ি আহিছে। বৰ্তমানৰ সময়ত মানুহবোৰ নিজৰ জীৱনক লৈ ইমানে
ব্যস্ত হৈ পৰিছে যে তেওঁলোকে নিজৰ দেহাৰ ওপৰত মনোযোগ দিবলৈকে সময় নোপোৱা হৈছে । ব্যস্ত জীৱনৰ বাবে, মানুহে চিকিৎসকৰ ওচৰলৈকে যাবলৈ টান পায় । আজি আমি আপোনাক এটা আয়ুৰ্বেদিক বস্তুৰ বিষয়ে জনাম যিয়ে আপোনাক বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে। সবিশেষ জানো আহক ।
Health Benefits of cloves
আমি যিবিধ আয়ুৰ্বেদিক বস্তুৰ কথা কৈছো সেইয়া হৈছে লং।  সাধাৰণতে লংক এবিধ মছলা হিচাপে খাদ্য সুস্বাদু কৰিবলৈ  ব্যৱহাৰ কৰা হয় যদিও আপুনি জানি আচৰিত হব যে লংৰ আন বহুতো স্বাস্থ্য়কৰ লাভালাভো আছে। আপুনি হয়তো কল্পনা কৰিব নোৱাৰে যে এটা লং কিমান লাভজনক হ'ব পাৰে।। যদি আপুনি 7 দিনৰ বাবে একেৰাহে 1 টাকৈ দৈনিক লং খায় তেন্তে কি ইয়াৰ ফলাফল দেখি  আপুনি আচৰিত হ'ব।

Benefits of Cloves লংৰ আচৰিত লাভসমূহ  

  1. শীতকালত সচৰাচৰ প্ৰায় সকলো মানুহৰে কাহ হয় । এনে অৱস্থাত মুখত লং ৰাখিলে কাহৰ সমস্যা নিৰাময় হয়।  
  2. যিসকলৰ মুখ গোন্ধায় তেঁওলোকে লং চুপিলে মুখৰ পৰা অহা গোন্ধৰ পৰা সকাহ দিয়ে। 
  3. যদি চৰ্দিৰ বাবে আপোনাৰ নাক বন্ধ হয় তেন্তে এখন কাপোৰত কেইটোপালমান লং তেল ধালি শুঙিলে চৰ্দিৰ পৰা আৰোগ্য হ'ব।
  4. লং এচিডিটিৰ বাবেও বিশেষভাবে উপকাৰী । ১০০ গ্ৰাম পানীৰ সৈতে লং পাউডাৰ মিহলি কৰি সেৱন কৰিলে এচিডিটিৰ সমস্যাও উপশম হয় ।

    নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

  5. লং তেল লগালে গাঠিৰ বিশৰ পৰাও উপশম পোৱা যায় ।
  6. যেতিয়া বমি বমি ভাব হয় ,  পানীত লং পাউডাৰ মহলি কৰি খালে আৰাম পোৱা যায় ।
  7. লং চকুৰ ৰোগৰ বাবেও বিশেষ উপকাৰী, যদি কাৰোবাৰ কুকুৰীকণা ৰোগ থাকে তেনেহ'লে ছাগলীৰ গাখীৰত লং যোগ দি ইয়াক চকুৰ তলত প্ৰয়োগ কৰক ।

    লগতে পঢ়ক - আপুনি দেখা এই 5 টা সপোনৰ কথা কাৰো আগত উল্লেখ নকৰিব

  8.  

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/04/1-surprising-health-benefits-of-cloves.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close