ৰাতি শোৱাৰ আগতে মোজাৰ ভিতৰত এটুকুৰা পিয়াজ ভৰাই লওক আৰু পাওক চমৎকাৰী লাভ । Onion under the socks at night benefits - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, December 28, 2020

ৰাতি শোৱাৰ আগতে মোজাৰ ভিতৰত এটুকুৰা পিয়াজ ভৰাই লওক আৰু পাওক চমৎকাৰী লাভ । Onion under the socks at night benefits

পিঁয়াজৰ বহুতো লাভালাভ আছে বুলি আপুনি নিশ্চয় জানে আৰু সেই লাভসমূহ আপুনি পিয়াজ খোৱাৰ ফলতহে লাভ কৰিব পাৰে বুলি জানে । কিন্তু আপুনি জানেনে পিঁয়াজৰ আন এটা লাভ আছে যি পিয়াজ নোখোৱাকৈ লাভ কৰিব পাৰি । ৰাতি শোৱাৰ আগতে পিঁয়াজৰ টুকুৰা এটা মোজাত ৰাখিলে বহুধৰণৰ লাভ পোৱা যায় । টোপনি যোৱাৰ আগতে এটা পিঁয়াজ দুটা ভাগত কাটক আৰু টুকুৰা দুটা মোজাৰ ভিতৰত থৈ শুই যাওক ।এনে কৰিলে আপুনি লাভ কৰিব কিছুমান আচৰিত লাভ ।
Onion under the socks at night benefits

পিয়াজৰ আচৰতি লাভসমূহ -

  • ভৰিৰ মাজত পিঁয়াজৰ টুকুৰা এটা ৰাখিলে পাকস্থলীৰ সংক্ৰমণৰ পৰা হাত সাৰিব পৰা যায় ।আৰু লগতে বৃক্কৰ সমস্যাৰ পৰাও ৰক্ষা কৰে ।
  • যদি ব্যক্তি এজনে অনুভৱ কৰে যে তেওঁৰ জ্বৰ উঠি আহিছে তেতিয়া পিঁয়াজৰ টুকুৰা এটা কাটি মোজাৰ ভিতৰত ৰাখি টোপনি যাওক ৰাতিপুৱালৈ ইয়াৰ ফলাফল লাভ কৰিব ।
  • যদি আপুনি ক্ষুদ্ৰ অন্ত্ৰ বা মূত্ৰাশয়ৰ সমস্যাত ভুগি আছে, তেন্তে আপুনি পিঁয়াজৰ টুকুৰাৰ দ্বাৰা সকাহ পাব পাৰে ।
  • যদি ভৰিৰ পৰা দুৰ্গন্ধ ওলায়, পিঁয়াজৰ টুকুৰা কেইটামান চালাইচ্ কৰি কাটক আৰু মোজা ভিতৰত ৰাখি শুই যাওক ।

    স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

  • যদি আপুনি অনুভৱ কৰে যে আপোনাৰ জ্বৰ হৈছে, পিঁয়াজৰ টুকুৰাবোৰ মোজাত ৰাখক আৰু শুৱক । আৰাম পাব ।
  • পিঁয়াজৰ বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভাইৰাছ-ৰোধী গুণে বেক্টেৰিয়া আৰু জীৱাণু ধ্বংস কৰে ।
  • পিঁয়াজত থকা  ফছফৰিক এচিডে তেজ বিশুদ্ধ কৰাত সহায় কৰে।
  • শোৱাৰ সময়ত তীক্ষ্ণ গোন্ধ থকা পিঁয়াজৰ টুকুৰা এটায়ে কোঠাত বায়ু বিশুদ্ধ কৰাত সহায় কৰিব।
  •  পিঁয়াজৰ টুকুৰা ভৰিৰ মাজত সোমাই শুলে, ই হৃদযন্ত্ৰটো স্বাস্থ্যকৰ কৰি ৰাখক। 

লগতে পঢ়ক - কেন্সাৰ হোৱাৰ আগতে এই লক্ষণে দেখা দিয়ে । জানি লওক

বেছিভাগ লোকে পিঁয়াজ খাবলৈ, পাচলি বনাবলৈ পিঁয়াজ ব্যৱহাৰ কৰে । বহু লোকে পিঁয়াজৰ চালাডও খায় । কিন্তু একেই পিঁয়াজ আপোনাৰ ভৰিৰ তলত ৰাখি শোৱা হয়, ই আপোনাক যথেষ্ট লাভান্বিত কৰিব।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/12/onion-under-socks-at-night-benefits.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close