বিদেশী ন্যায়ধীকৰণৰ অফিচত মুকলি পিয়নৰ চাকৰি । কিদৰে কৰিব আাবেদন পঢ়ক । Vacancy for Peon Post at Office of the Member, Foreigner’s Tribunal, Nagaon - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, October 30, 2020

বিদেশী ন্যায়ধীকৰণৰ অফিচত মুকলি পিয়নৰ চাকৰি । কিদৰে কৰিব আাবেদন পঢ়ক । Vacancy for Peon Post at Office of the Member, Foreigner’s Tribunal, Nagaon

নগাওঁৰ বিদেশী ন্যায়ধীকৰণত খালী হৈ থকা পোষ্টটো পূৰণ কৰাৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । সবিশেষ জানিবলৈ আামাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
Peon Jobs in Assam

খালী পদৰ সবিশেষ 

পদৰ নাম-  

পিয়ন 

খালী পদ-

01 টা 

বয়সৰ সীমা-

18 - 43 বছৰ। 

যোগ্যতা-

আতি কমেও  VIII শ্ৰেণী উত্তীৰ্ণ ।  

আবেদন প্ৰক্ৰিয়া

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া আবেদন পত্ৰখন ডাউনলোড কৰি তলত দিয়া ঠিকনাত 3 নৱেম্বৰ 2020-ত বা তাৰ আগতে প্ৰেৰণ  কৰিব লাগিব ।আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে তলৰ লিংকত গৈ সম্পূৰ্ণ বিজ্ঞাপনখন পঢ়ি লব । ঠিকনাটো হৈছে - 
Office of the Member, Foreigner's Tribunal, 3rd floor, Nagaon, Assam, AT Road, Anandanagar, PO-Itachali, PIN-782003, Assam

আবেদন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here 

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/vacancy-for-peon-nagaon-assam.html

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close