ফিটকাৰীৰ ৯ টা চমৎকাৰী গুণ । এইদৰে কৰক ব্যৱহাৰ । দূৰ হব বহু সমস্যাৰ । 9 Amazing-Uses of Alum or Fitkiri - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, October 7, 2020

ফিটকাৰীৰ ৯ টা চমৎকাৰী গুণ । এইদৰে কৰক ব্যৱহাৰ । দূৰ হব বহু সমস্যাৰ । 9 Amazing-Uses of Alum or Fitkiri

ফিটকাৰীৰ এনে ৯ টা গুণ যি জানি আপোনাৰ বহু বিপদ দূৰ হব

যুগ যুগ ধৰি আমি আমাৰ ঘৰত ফিটকীৰী ব্যৱহাৰ কৰি আহিছো । কিন্তু এই ফিটকীৰীৰ বিভিন্ন ধৰণৰ চমৎকাৰী আৰু আচৰিত গুণ যে আছে সেইয়া আমি বহুতেই নাজানো । আমাৰ অসমত সাধাৰণতে দাঢ়ি শ্বেভ কৰাৰ পিছত ফিটকীৰী ব্যৱহাৰ  কৰে আাৰু কিছুমান পৰিয়ালে ইয়াক পানী পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰে।
ফিটকীৰীৰ চমৎকাৰী আৰু আচৰিত গুণৰ বিষয়ে সকলোবোৰ আজি আমি জনাম । গতিকে আমাৰ লিখনি পঢ়ি থাকক ।

1 . টনচিল

টনছিল হলে ফিটকীৰী পাউদাৰ বনাই পানীত মিহলাই উতলাই দিয়ক।এই পানীৰে কুল-কুলি কৰিলে যথেষ্ট আৰাম পায় আৰু টনচিলৰ ফুলা কমি যায় । 

2 .দাত পোকে খোৱা বন্ধ 

দাঁতৰ বিষ আৰু মুখৰ দুৰ্গন্ধৰ উপশম পাবলৈ ফিটকীৰী ব্যৱহাৰ কৰা হয়। ই এক প্ৰাকৃতিক মাউথৱাশ্ব। দাঁতৰ বিষ হ'লে ফিটকীৰী পানীৰে কুলকুলি কৰাটো লাভজনক।

3.  ডেটলৰ বিকল্প

শিশুৰ কাপোৰ ধুৱাৰ সময়ত ডেটলৰ সলনি ফিটকীৰি ব্যৱহাৰ কৰিলে 1000 গুণ ভাল ফল পাব । ডেটলৰ দাম  600 টকা লিটাৰ । 10 টকাৰ ফিত্কীৰীৰে 100 লিটাৰ ডেটল বনাব পাৰিব ।। গতিকে ডেটল বন্ধ কৰি  আজিয়েই ফিটকীৰি আনক ।

4.  তেজ উলোৱা বন্ধ 

যিকোনো কটা চিঙাত তেজ নৰোৱা হলে ফিটকীৰি লগালে তেজ ওলোৱা বন্ধ হয় । 

5. গুপ্তাংগত ইনফেকচন

গৰ্ভৱতী মহিলাৰ বা সাধাৰণতে হোৱা Vaginal infection ৰ  বাবে ফিটকীৰি মিহলোৱা পানীৰে দিনত 3 বাৰ ধুলে  ভাল হয় ।

6. বগাশ্ৰাৱৰ সমস্যা 

মহিলাসকলৰ  বগাশ্ৰাৱৰ সমস্যা থাকিলে  আধা গ্ৰাম ফিটকীৰি এটা কলৰ ভিতৰত ভৰাই থৈ ৰাতিপুৱা খাব । এনেকৈ 7 দিন খালে সম্পূৰ্ণ সুস্থ হৈ উঠে ।

7. গা খজুৱতী বন্ধ

গোটেই গা খুজাই থাকিলে ফিটকীৰি পানীৰে গা ধুলে খোজোৱা বন্ধ হয় ।

8. ওকণী

ওকণী হলে 1 লিটাৰ পানীত 10 গ্ৰাম ফিটকীৰি মিহলাই মূৰ ধুলে ওকণী মৰি যায় । 

9. চেনিটাইজাৰ বিকল্প

50 গ্ৰাম ফিটকীৰী 2 লিটাৰ পানীত মিহলাই সেইখিনি পানী বটলত ভৰাই থওঁক আৰু Sanitizer ৰ সলনি ইয়াৰ ব্যৱহাৰ কৰক ।

আমাজনৰ পৰা অনলাইন ফিটকীৰী কিনিবলৈ ইয়াত ক্লিক কৰক - ইয়াত

1 comment:

  1. ধন্যবাদ, গুৰুত্বপূৰ্ণ তথ্য দিম্পু

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close