ফিটকাৰীৰ এনে ৯ টা গুণ যি জানি আপোনাৰ বহু বিপদ দূৰ হব
1 . টনচিল
টনছিল হলে ফিটকীৰী পাউদাৰ বনাই পানীত মিহলাই উতলাই দিয়ক।এই পানীৰে কুল-কুলি কৰিলে যথেষ্ট আৰাম পায় আৰু টনচিলৰ ফুলা কমি যায় ।
2 .দাত পোকে খোৱা বন্ধ
দাঁতৰ বিষ আৰু মুখৰ দুৰ্গন্ধৰ উপশম পাবলৈ ফিটকীৰী ব্যৱহাৰ কৰা হয়। ই এক প্ৰাকৃতিক মাউথৱাশ্ব। দাঁতৰ বিষ হ'লে ফিটকীৰী পানীৰে কুলকুলি কৰাটো লাভজনক।
3. ডেটলৰ বিকল্প
শিশুৰ কাপোৰ ধুৱাৰ সময়ত ডেটলৰ
সলনি ফিটকীৰি ব্যৱহাৰ কৰিলে 1000 গুণ ভাল ফল পাব । ডেটলৰ দাম 600 টকা
লিটাৰ । 10 টকাৰ ফিত্কীৰীৰে 100 লিটাৰ ডেটল বনাব পাৰিব ।। গতিকে ডেটল বন্ধ
কৰি আজিয়েই ফিটকীৰি আনক ।
4. তেজ উলোৱা বন্ধ
যিকোনো কটা চিঙাত তেজ নৰোৱা হলে ফিটকীৰি লগালে তেজ ওলোৱা বন্ধ হয় ।
5. গুপ্তাংগত ইনফেকচন
গৰ্ভৱতী মহিলাৰ বা সাধাৰণতে হোৱা Vaginal infection ৰ বাবে ফিটকীৰি
মিহলোৱা পানীৰে দিনত 3 বাৰ ধুলে ভাল হয় ।
6. বগাশ্ৰাৱৰ সমস্যা
মহিলাসকলৰ বগাশ্ৰাৱৰ সমস্যা থাকিলে আধা গ্ৰাম ফিটকীৰি এটা কলৰ ভিতৰত ভৰাই থৈ ৰাতিপুৱা খাব । এনেকৈ 7 দিন খালে সম্পূৰ্ণ সুস্থ হৈ উঠে ।
7. গা খজুৱতী বন্ধ
গোটেই গা খুজাই থাকিলে ফিটকীৰি পানীৰে গা ধুলে খোজোৱা বন্ধ হয় ।
8. ওকণী
ওকণী হলে 1 লিটাৰ পানীত 10 গ্ৰাম ফিটকীৰি মিহলাই মূৰ ধুলে ওকণী মৰি যায় ।
9. চেনিটাইজাৰ বিকল্প
50 গ্ৰাম ফিটকীৰী 2 লিটাৰ পানীত মিহলাই সেইখিনি পানী বটলত ভৰাই থওঁক আৰু Sanitizer ৰ সলনি ইয়াৰ ব্যৱহাৰ কৰক ।
আমাজনৰ পৰা অনলাইন ফিটকীৰী কিনিবলৈ ইয়াত ক্লিক কৰক - ইয়াত
ধন্যবাদ, গুৰুত্বপূৰ্ণ তথ্য দিম্পু
ReplyDelete