লকডাউন ৩.০ : সোমবাৰৰ পৰা কি কি ধৰণৰ গাড়ী চলিব, হিমন্তই কৰিলে ঘোষণা । LOCKDOWN HIMANTA BISWA - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 3, 2020

লকডাউন ৩.০ : সোমবাৰৰ পৰা কি কি ধৰণৰ গাড়ী চলিব, হিমন্তই কৰিলে ঘোষণা । LOCKDOWN HIMANTA BISWA

 লকডাউন ৩.০ : সোমবাৰৰ পৰা কি কি ধৰণৰ গাড়ী চলিব, হিমন্তই কৰিলে ঘোষণা 


৪ মে’ অৰ্থাৎ কালিৰ পৰা গ্ৰীণ জনত সকলো ধৰণৰ প্ৰাইভেট আৰু চৰকাৰী বাহন চলিব  পাৰিব । যানবাহন চলাৰ প্ৰসংগত হিমন্ত বিশ্বই সংবাদমেল যোগে কৰে ঘোষণা । তেখেতে কৰা ঘোষণাকেইটা হৈছে -
  • অট’, ই ৰিক্সা,  ৰিক্সা, টেক্সীত এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰী যাব পাৰিব। 

  • উবেৰ, অ’লাত এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰী যাব পাৰিব।
  • দুচকীয়া বাহনত পিছফালে কাকো বহাব নোৱাৰিব। কিন্তু মহিলা বা ১২ বছৰৰ তলৰ শিশু দুচকীয়া বাহনত বহি যাব পাৰিব। কিন্তু তিনিজনেই একেলগে দুচকীয়া বাহনত যাব নোৱাৰিব। 
  • ৰাজ্যৰ ভিতৰত আন্তঃজিলা আৰু অন্তজিলা দুয়োটাৰ ক্ষেত্ৰত বাছ সেৱা আৰম্ভ হ’ব । 
  • ব্যক্তিগত খণ্ডৰ বাছো এ এছ টি চিৰ অধীনত চলিব লাগিব। সকলো ধৰণৰ প্ৰাইভেট বাছ এ এছ টি চিৰ অনুমতি সপেক্ষেহে চলাব লাগিব।

For More Updates Visit Our News Site - Assam News Live

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close