কাইলৈ পৰা আৰম্ভ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া - ঘোষণা হব স্বাস্থ্য বিভাগৰ ৪৫২ টা পদৰ ফলাফল । অচিৰেই মুকলি হব ১০০০ পদৰ লগতে অন্যান্য বিভাগত চাকৰি । ALL JOB RECRUITMENTS WILL BE RESUMED IN ASSAM - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 1, 2020

কাইলৈ পৰা আৰম্ভ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া - ঘোষণা হব স্বাস্থ্য বিভাগৰ ৪৫২ টা পদৰ ফলাফল । অচিৰেই মুকলি হব ১০০০ পদৰ লগতে অন্যান্য বিভাগত চাকৰি । ALL JOB RECRUITMENTS WILL BE RESUMED IN ASSAM

কাইলৈ পৰা আৰম্ভ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া - ঘোষণা হব স্বাস্থ্য বিভাগৰ ৪৫২ টা পদৰ ফলাফল

চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিছে বুলি কিছুদিন ধৰি অসমৰ একাংশ সংবাদ মাধ্য়মে প্ৰকাশ কৰিছিল । কৰণা মহামাৰীৰ ফলত অসমৰ অৰ্থনীতি বিধ্বস্ত বুলি আশাংকা কৰিয়েই নতুন চাকৰিৰ নিযুক্তি বন্ধ হৈছে বুলি বাতৰি প্ৰকাশ কৰা হৈছিল । এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।ইতিমধ্যে ৰাজ্যত নিবনুৱা সমস্যা বৃদ্ধি পাইছে । বহি:ৰাজ্যৰ শ্ৰমিকসকলো উভতি অহাত এক প্ৰকাৰৰ সমস্যাৰ সৃষ্টি হৈছে ।



আজি এই সন্দৰ্ভত হিমন্ত বিশ্বই সংবাদমেলত অসমত কোনো নতুন নিযুক্তি নহয় বুলি উলোৱা বাতৰি নসাৎ কৰি কয় যে আমি সকলো কাম চলাই যাম । অহাকালি ঘোষণা হব স্বাস্থ্য বিভাগৰ ৪৫২ টা পদৰ ফলাফল । লগতে এইকেইদিনত স্বাস্থ্য বিভাগৰ ১০০০ পদত নতুন নিযুক্তিৰ বিজ্ঞাপন ওলাব ।ইয়াৰ উপৰিও আন সকলো বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close