যিসকলে বেংকীয় প্ৰতিষ্ঠানত নিজৰ কেৰিয়াৰ গঢ়িব খুজে তেঁওলোকৰ বাবে সুখৱৰ । North East Small Finance Bank ত শেহতীয়াকৈ মুকলি হৈছে প্ৰায় ৩৫১ টা পদ । FRESHERS ৰ পৰা আৰম্ভ কৰি EXPERIENCED সকলোৱে এই পদসমূহত আবেদন কৰিব পাৰিব । কত কিদৰে আবেদন কৰিব আমি সকলোবোৰ আপোনালোকক জনাম ।
খালী হোৱা পদৰ বিৱৰণ-
1.Business Development Executive - Credit Officer
অৰ্হতা - যিকোনো গ্ৰেডুৱেট (FRESHERS)
বয়স - ২৭ বছৰ
খালী হোৱা পদ- ১২০ টা
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।
2.Business Development Liability Officer
অৰ্হতা - যিকোনো গ্ৰেডুৱেট (FRESHERS)
বয়স - ২৭ বছৰ
খালী হোৱা পদ- ৪০ টা
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।3.Business Development Executive - Liability Officer
অৰ্হতা - যিকোনো গ্ৰেডুৱেট (1-2 YEARS OF EXPERIENCED )
বয়স - ২৭ বছৰ
খালী হোৱা পদ- ৪০ টা
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।4.Single Window Operator
অৰ্হতা - যিকোনো গ্ৰেডুৱেট (2-3 YEARS OF EXPERIENCED IN RETAIL BANKING )
বয়স - ২৭ বছৰ
খালী হোৱা পদ- ৪১ টা
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।5.Assistant Branch Head
অৰ্হতা - যিকোনো গ্ৰেডুৱেট (6 YEARS OF EXPERIENCED IN RETAIL BANKING )
বয়স - ২৭ বছৰ
খালী হোৱা পদ- ৪০ টা
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।5.Assistant Branch Head
অৰ্হতা - যিকোনো গ্ৰেডুৱেট (6 YEARS OF EXPERIENCED IN RETAIL BANKING )
বয়স - ২৭ বছৰ
খালী হোৱা পদ- 74 টা
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।6.Branch Head
অৰ্হতা - যিকোনো গ্ৰেডুৱেট (8 YEARS OF EXPERIENCED IN RETAIL BANKING )
বয়স - ২৭ বছৰ
খালী হোৱা পদ- 36 টা
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।
No comments:
Post a Comment