অসমৰ এক আগশাৰীয় মাইক্ৰফাইনেন্সত (ASIRVAD MICROFINANCE) মুকলি হৈছে চাকৰি । ইতিমধ্যে প্ৰতিষ্ঠানটোৰ নিয়োগ বিভাগৰ কৃতপক্ষই অনলাইন বিজ্ঞাপন মুকলি কৰি দিছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া আজি আমি আমাৰ এই লিখনিটোৰ জৰিয়তে জনাম ।
খালী হোৱা পদৰ নাম -
ফিল্ড ডেভলপমেন্ট অফিচাৰ আৰু ব্ৰাঞ্চ মেনেজাৰ
অৰ্হতা -
ফিল্ড ডেভলপমেন্ট অফিচাৰ:
- অৰ্হতা - HS পাছ ।
- বয়স- ১৮ৰ পৰা ৩০ বছৰ ।
- বাইক থকাটো প্ৰয়োজনীয় ।
ব্ৰাঞ্চ মেনেজাৰ
- অৰ্হতা - BA/BSC/BCOM/BTECH পাছ ।
- বয়স- ১৮ৰ পৰা ৩৪ বছৰ ।
- বাইক থকাটো প্ৰয়োজনীয় ।
সুবিধাসমূহ-
নিৰ্বাচিত প্ৰাৰ্থীসকলক উপযুক্ত দৰমহাৰ লগতে তলত দিয়া সুবিধাসমূহ দিয়া হব-
- PF, ECIS, GRATUITY & BONUS.
- CASHLESS MEDICAL FACILITY.
- MOBILE & TAB FACILITY.
- JOINING BONUS.
- EDUCATION BONUS & WEDDING GIFT.
- EMPLOYEE LOAN.
- FREE ACCOMMODATION.
- FAST TRACK PROMOTION AND MANY MORE..
আশীৰ্বাদ মাইক্ৰফাইনেন্সৰ এটি ব্ৰাঞ্চৰ ফটো |
চাকৰিৰ স্থান -
উজনি অসম
কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ সকলো যাৱতীয় নথিপত্ৰ লৈ অহা ৩ আৰু ৪ অক্টোৱৰত হবলগীয়া WALK IN INTERVIEW লৈ যাব লাগিব । INTERVIEWৰ স্থান আৰু সময় তলত দিয়া হৈছে ।
ইন্টাৰভিউৰ স্থান -
ছিনামাৰা, DIC অফিচৰ সন্মূখত , যোৰহাট (সময় -১১.৩০ ৰ পৰা ৪ বজালৈ)
No comments:
Post a Comment