অসমৰ প্ৰতিগৰাকী ঋণী ছাত্ৰ- ছাত্ৰীলৈ সকাহ | লাভ কৰিব ৫০ হাজাৰ টকা | কৈনৈকৈ আবেদন কৰিব জানো আহক - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, September 24, 2019

অসমৰ প্ৰতিগৰাকী ঋণী ছাত্ৰ- ছাত্ৰীলৈ সকাহ | লাভ কৰিব ৫০ হাজাৰ টকা | কৈনৈকৈ আবেদন কৰিব জানো আহক

আপুনি যদি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বা নতুন ছাত্ৰ-ছাত্ৰী তেতিয়া হলে আপোনাৰ বাবে আছে এটা সুখৱৰ ! আপোনাক সকাহ দিবলৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে “অভিনন্দন” নামৰ এখন আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। ইয়াৰ দ্বাৰা আপুনি যদি Education Loan লৈছিল নাইবা লৈছে তেন্তে লাভ কৰিব ৫০ হাজাৰ টকা । ইতিমধ্যে এই আঁচনিৰ অনলাইন আবেদন আৰম্ভ হৈছে । আপুনি যদি আজিৰ পৰা ২০ বছৰ আগতেও লোন লৈছিল তেন্তেও লাভ কৰিব ৫০ হাজাৰ টকা ।কত কেনৈকৈ কিদৰে আবেদন কৰিব সেই সকলোবোৰ আজি আমি আপোনালোকক জনাম ।



এখন সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্বয় জনোৱা মতে “অসমত আগতে লোৱা শিক্ষা ল’নসমূহৰ হিতাধিকাৰীক (বেংকত) ৫০ হাজাৰকৈ টকা সুমুৱাই দিব চৰকাৰে। ৫০ হাজাৰ টকা বা তাৰ ওপৰত ঋণ লোৱা সকলৰ একাউন্টত ভৰাই দিব ৫০ হাজাৰকৈ টকা ।” অতি সহজে হিতাধিকাৰীসকলে বেংকলৈ নোযোৱাকৈয়ে ৱে’বছাইটত গৈয়ে ঋণৰ এই ৰেহাইৰ সুবিধা লাভ কৰিব পাৰিব ।

আঁচনিৰ বাবে কি কি যোগ্যতা লাগিব

  1. আবেদনকাৰীজন অসমৰ স্থায়ী বাসিন্দা হব লাগিব । 
  2. যিকোনো বেংকৰ পৰা Education Loan লোৱা হব লাগিব । 
  3. কোনো ধৰণৰ বাৰ্ষিক আয়ৰ প্ৰয়োজন নাই । 
  4. Education Loan ৩১ মাৰ্চ, ২০১৯ ৰ আগত ১ লাখতকৈ অধিক টকাৰ অনোমুদিত হব লাগিব ।


কিদৰে আবেদন কৰিব

  • ইচ্ছুক আবেদনকাৰীসকলে অনলাইন আবেদন কৰিব লাগিব । 
  • অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক -  CLICK HERE । 
  • আবেদনকাৰীসকলে Loan Proof ডকুমেন্ট, Permanent Address Proof ডকুমেন্ট আৰু Pan Card আপলোড কৰিব লাগিব ।  
আবেদনৰ অন্তিম তাৰিখ - ৩১ মাৰ্চ, ২২০

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close