অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১৪৮ টা মুকলি চাকৰি - অৰ্হতা (৮ম মান) Directorate of Medical Education Jobs - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, July 7, 2019

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১৪৮ টা মুকলি চাকৰি - অৰ্হতা (৮ম মান) Directorate of Medical Education Jobs



1. ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল
খালী পদৰ সংখ্যা : 56


আসন সংৰক্ষণ : UR-23, OBC/MOBC-15, SC-4, STP-6, STH-3, EWS-52. 

2.গ্ৰেড ফৰ পষ্ট
খালী পদৰ সংখ্যা: 10
আসন সংৰক্ষণ: UR-4, OBC/MOBC-2, SC-1, STP-1, STH-1, EWS-13. 

3.এটেনডেন্ট
খালী পদৰ সংখ্যা: 09
আসন সংৰক্ষণ: UR-4, OBC/MOBC-2 SC-1, STP-1. EWS-14. 

4.লেবৰটৰী এটেনডেন্ট
খালী পদৰ সংখ্যা: 24
আসন সংৰক্ষণ: UR-11, OBC/MOBC-6, SC-2, STP- 2,STH-1, EWS-25. 

5.পিয়ন
আসন সংৰক্ষণ: UR-3, OBC/MOBC-2, STP-16.

6.ডাফটাৰী
খালী পদৰ সংখ্যা: 04
আসন সংৰক্ষণ: UR-3, OBC/MOBC-17. 

7.ডাৰ্ক ৰুম এছিছটেন্ট
খালী পদৰ সংখ্যা: 06
আসন সংৰক্ষণ: UR-3, OBC/MOBC-2, STP-18. 



8.ট্ৰেচাৰ বিয়েৰাৰ
খালী পদৰ সংখ্যা: 06
আসন সংৰক্ষণ: UR-3, OBC/MOBC-2, STP-19. 

10.চুইপাৰ/ ক্লিনাৰ
খালী পদৰ সংখ্যা: 27
আসন সংৰক্ষণ: UR-12, OBC/MOBC-7, SC-2, STP-3 STH-1. EWS-2

দৰমহা

অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ অনুপাতে প্ৰাৰ্থীসকলক দৰমহা দিয়া হব । দৰমহা হৈছে Rs. 12000-37500 টকা লগতে GP-3900

শিক্ষাগত অৰ্হতা : 

আটাইকেইটা পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা হৈছে নিন্মতম ৮ পাছ । দশম মান উৰ্ত্তীণ তথা তাতোধিক উৰ্ত্তীণসকলেও আবেদন কৰিব পাৰিব ।



বয়স:

১৮ ৰ পৰা ৪৪ বছৰৰ যিকোনো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক - জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)ত চাকৰি - আজিয়েই আবেদন কৰক 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । 
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । 
২. ইয়াৰ উপৰিও যেতিয়া ডকুমেন্ট ভেৰিফিকেচন হব তেতিয়া ২ কপি ৰঙীন ফটোৰ লগতে মেট্ৰিকৰ এডমিট, মাৰ্কছিট, কাষ্ট চাৰ্টিফিকেট আদি সকলো নথি লগত লৈ যাব লাগিব ।

অনলাইন আবেদনৰ বাবে ক্লিক কৰক -Click Here

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক - Click Here


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close