চৰ এৰিয়া উন্নয়ন সঞ্চালকায়ত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম আচনিৰ অধীনত শেহতীয়াকৈ মুকলি হৈছে ঠিকাভিত্তিক পদৰ চাকৰি । তলত উল্লেখিত খালী পদ সমূহত কত কিদৰে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থীয়ে সাক্ষাৎকাৰ বাবে আবেদন কৰিব সকলোবোৰ আমি আপোনাক জনাম ।
খালী হোৱা পদৰ নাম -
- কম্পিউটাৰ প্ৰগ্ৰামৰ
- কনটিনগেনচি মেটেৰিয়েল
খালী হোৱা পদৰ সংখ্য়া -
- কম্পিউটাৰ প্ৰগ্ৰামৰ - ১ টা
- কনটিনগেনচি মেটেৰিয়েল - ২ টা
শিক্ষাগত অৰ্হতা -
- কম্পিউটাৰ প্ৰগ্ৰামৰ - যিকোনো স্নাতক (BA/BSC/BCOM/BTECH ) লগতে কম্পিউটাৰৰ ডিপ্লমা থাকিব লাগিব ।
- কনটিনগেনচি মেটেৰিয়েল - মেট্ৰিক উৰ্ত্তীণ হব লাগিব ।
দৰমহা -
- কম্পিউটাৰ প্ৰগ্ৰামৰ - ১৫০০০ টকা
- কনটিনগেনচি মেটেৰিয়েল - ১০০০০ টকা
বয়স -
- কম্পিউটাৰ প্ৰগ্ৰামৰ - ৩৮ বছৰ
কনটিনগেনচি মেটেৰিয়েল - ৩৮ বছৰ
কিদৰে আবেদন কৰিব -
- ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া ঠিকনাত ২৫ জুলাই, ২০১৯ তাৰিখে ইন্টাৰভিউত অৱতীৰ্ণ হব লাগিব ।
- ইন্টাৰভিউৰ দিনা সকলো প্ৰয়োজনীয় নথি পত্ৰ আৰু বায়ডাটা লগত আনিব লাগিব ।
লগতে পঢ়ক - সাৱধান! FaceAppৰ জৰিয়তে বুঢ়াকালৰ ফটো আপলোড নকৰিব, হব পাৰে আপোনাৰ একাউন্ট হেক ।
ইন্টাৰভিউৰ স্থান -
Directorate of Char Area Devlopment,
Assam, Hengerabari Road, Dispur, Guwahati, 06
ইন্টাৰভিউৰ সময় -
পুৱা ১১ বজাৰ পৰা ।
How to apply
ReplyDeletehow to apply
ReplyDelete