অসমৰ বিভিন্ন জিলাত NABARD Financial Services Limited ত মুকলি চাকৰি - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, April 30, 2019

অসমৰ বিভিন্ন জিলাত NABARD Financial Services Limited ত মুকলি চাকৰি

অসমৰ বিভিন্ন জিলাত NABARD Financial Services Limited ত মুকলি চাকৰি : 

NABARD Financial Services Limited হৈছে এটা দেশৰ অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান । শেহতিয়াকৈ এই প্ৰতিষ্ঠানটোত মুকলি হৈছে একাংশ পদ । অসমৰ বিভিন্ন জিলাত মুকলি হোৱা এই পদসমূহত কিদৰে আবেদন কৰিব জানিবলৈ আমাৰ লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।



খালী হোৱা পদৰ নাম - 

1.Branch Head 

দায়িত্ব - 

এজন Branch Head ৰ দায়িত্ব হব business development, operations management, training, staff managementৰ । 

ঠাই- 

অসমৰ (Dibrugarh, Jorhat, Sivasagar, Biswanath, Lakhimpur and Sonitpur) ত থকা খালী পদসমূহ পূৰণ কৰা হব ।



অৰ্হতা- 

অৰ্হতাৰ কথা বিজ্ঞাপনত যিহেতু দিয়া নাই যিকোনো শিক্ষিত ব্য়ক্তিয়ে ইয়াত আবেদন কৰাৰ সুবিধা লাভ কৰিব । মিনিমাম অৰ্হতা হাইয়াৰ ছেকেণ্ডেৰী হোৱাটো প্ৰয়োজনীয় ।



2,Customer Service Executive- 

দায়িত্ব - 

এজন Customer Service Executive-ৰ দায়িত্ব হব maintaining documentation and process check ৰ 

ঠাই-

অসমৰ (Dibrugarh, Jorhat, Sivasagar, Biswanath, Lakhimpur and Sonitpur) ত থকা খালী পদসমূহ পূৰণ কৰা হব । 



অৰ্হতা- 

অৰ্হতাৰ কথা বিজ্ঞাপনত যিহেতু দিয়া নাই যিকোনো শিক্ষিত ব্য়ক্তিয়ে ইয়াত আবেদন কৰাৰ সুবিধা লাভ কৰিব । মিনিমাম অৰ্হতা হাইয়াৰ ছেকেণ্ডেৰী হোৱাটো প্ৰয়োজনীয় ।

To apply Branch Head - Assam - Click here

আবেদনৰ অন্তিম দিন - ৩০ এপ্ৰিল, ২০১৯

To apply Customer Service Executive - Assam - Click here

লগতে ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ বায়ডাটা careers@nabfins.org লৈ পঠিয়াব পাৰে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close