Eureka Forbes Ltdত চাকৰি - অসমত ৭০ টা পদ খালী - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, April 2, 2019

Eureka Forbes Ltdত চাকৰি - অসমত ৭০ টা পদ খালী

Eureka Forbes Ltdত চাকৰি - অসমত ৭০ টা পদ খালী:

Eureka Forbes Ltd হৈছে এটা বহুজাতিক কোম্পানী যত অসমৰ বিভিন্ন জিলাত প্ৰায় ৭০ টা পদ খালী হৈছে । ১৯৮২ চনতে প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোত কিদৰে খালী হোৱা পদসমূহৰ বাবে আবেদন কৰিব সেইয়া আমি আপোনালোক জনাম ।

খালী হোৱা পদৰ নাম -

দৰমহা - CTC 1.25 lacs লগতে আন সুবিধাসমূহ যেনে All statutory benefit- PF/ESIC/BONUS/GRATUITY/LTA আদি |


খালী হোৱা পদৰ সংখ্য়া-

৭০ টা (Guwahati-35, Jorhat-5, Silchar-5,Tinsukia-5,Shillong-10, Agartala-10)

দৰমহা - 

CTC 1.25 lacs লগতে আন সুবিধাসমূহ যেনে All statutory benefit- PF/ESIC/BONUS/GRATUITY/LTA আদি |

বয়স - 

১৮ ৰ পৰা ২৫ বছৰ । 




শিক্ষাগত অৰ্হতা - 

যিকোনো গ্ৰেডুৱেট ।

আবেদনৰ সময়সীমা - 

1st April’19 to 15th April'19

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে ratul_ojah@rediffmail.com ত ইমেইল কৰি বায়ডাটাসহ আবেদন জনাব লাগিব ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close