আহি গল SBIত বাম্পাৰ নিযুক্তি -২০০০ পদ খালী আজিয়েই আবেদন কৰক : SBI PO Latest Recruitment - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, April 2, 2019

আহি গল SBIত বাম্পাৰ নিযুক্তি -২০০০ পদ খালী আজিয়েই আবেদন কৰক : SBI PO Latest Recruitment

SBIত নিযুক্তি ২০০০ PO ৰ চাকৰি :

ভাৰতীয় ষ্টেট বেংক বিশ্বৰ ভিতৰতেই এক উল্লেখলবলগীয়া বিত্তীয় বেংকীয় প্ৰতিষ্ঠান । শেহতীয়াকৈ এই তয়ে মুকলি হৈছে ২০০০ টা ৰ পদ । অতি আশাৰে বাট চাই থকা এই পদ প্ৰতিবাৰাৰ দৰে এইবাৰো মুকলি হৈছে । গতিকে কত কিদৰে কেনেকৈ আবেদন কৰিব আমি সেইয়া আপোনালোকক জনাম ।



খালী হোৱা পদৰ নাম -

Probationary Officer (PO) 



দৰমহা - 

Rs. 23700 – 42020/- প্ৰতি মাহে 

খালী হোৱা পদৰ সংখ্যা -

 2000 [UR: 810, EWS-200, SC: 300, ST: 150, OBC: 540]

বয়স -

২১ বছৰ পৰা ৩০ বছৰৰ ভিতৰত

শিক্ষাগত অৰ্হতা -

গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH)

আবেদনৰ মাচুল -

৭০০ টকা (ST/SC/PWD/EWSৰ বাবে ১৫০ টকা )



কিদৰে বাচনি কৰা হব - 

আবেদনকৰা প্ৰাৰ্থীসকলক Preliminary Examination আৰু Main Examination লগতে Group Exercises & Interview ৰ জৰিয়তে বাচনি কৰা হব ।

অসমৰ কত কত পৰীক্ষা হব : 

অসমৰ Dibrugarh, Guwahati, Jorhat, Kokrajhar, Silchar আৰু Tezpur ত পৰীক্ষা অনুষ্ঠিত হব । 

কিদৰে আবেদন কৰিব-

আগ্ৰহী প্ৰাৰ্থীসকলে www.sbi.co.in নাইবা তলত দিয়া লিংকত 22nd April 2019ৰ ভিতৰত আবেদন কৰিব লাগিব ।

লগতে পঢ়ক - Eureka Forbes Ltdত চাকৰি - অসমত ৭০ টা পদ খালী 


অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - click here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close