IDBI বেংকত ৫০০ পদ খালী - খৰধৰকৈ আবেদন কৰক - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, March 31, 2019

IDBI বেংকত ৫০০ পদ খালী - খৰধৰকৈ আবেদন কৰক

IDBI বেংকত ৫০০ পদ খালী - খৰধৰকৈ আবেদন কৰক

IDBI বেংকত খালী হৈছে ৫০০ টা পদ । ভাৰতৰ এক অগ্ৰণী বেংক হৈছে আই ডি বি আই বেংক । খালী হোৱা ৫০০ টকা পদত কিদৰে আবেদন কৰিব সেইয়া আজি আমি আপোনালোকক জনাম ।

খালী হোৱা পদৰ নাম -

ASSISTANT MANAGER (সহকাৰী প্ৰবন্ধক)

খালী হোৱা পদৰ সংখ্যা -  

৫০০ [UR: 228, SC: 75, ST: 37, OBC: 135, EWS: 25, PWD: 15]

বয়স - 

২১ বছৰ পৰা ২৭ বছৰৰ ভিতৰত

শিক্ষাগত অৰ্হতা -

 গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH)

আবেদনৰ মাচুল - 

৭০০ টকা (ST/SC/PWDৰ বাবে ১৫০ টকা )


কিদৰে আবেদন কৰিব- 

আগ্ৰহী প্ৰাৰ্থীসকলে www.idbi.com তকৈ গৈ “CAREERS” ত “Recruitment of Assistant Manager - 2019” এটা “APPLY ONLINE” আপচন দেখিব পাব । আপোনালোকৰ সুবিধাৰ্থে আমি তলত “APPLY ONLINE” ৰ লিংক দি দিয়া হৈ্ছে ।

অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - click here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close