RSS নেতাৰ জুবিনক লৈ মন্তব্য | - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, July 16, 2018

RSS নেতাৰ জুবিনক লৈ মন্তব্য |

RSS নেতাৰ জুবিনক লৈ মন্তব্য :
জুবিন গাৰ্গে শেহতীয়াকৈ হিমা দাসে গোমাংস ভক্ষণ কৰিব লাগে বুলি কোৱাৰ পাছতেই মুখ খুলিছে নেতা ৰাজীৱ শৰ্মাই । নিজা ফেচবুক লাইভত আহি তেঁও কয় যে গৰুৰ অসমীয়া সমাজত মৰ্যদা অপৰিসীম । তেনেস্থলত জুবিনে হিমা দাসে গো মাংস ভক্ষণ কৰিব লাগে বুলি কৈ ভাৰত বিৰোধী চক্ৰক সন্তুষ্ট কৰিব বিচাৰিছে ।

ইয়াৰ উপৰিও তেখেতে জুবিনৰ বাৰ্ষিক আয় আগতকৈ অধিক কমিছে তেনেস্থলত এনেধৰণৰ মন্তব্য় কৰি জুবিনে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিব বিচাৰিছে বুলি অভিযোগ আনিছে । আৰু কি কি কৈছিল RSS নেতাজনে জানিবলৈ তলৰ ভিডিঅটো চাওক -

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close