কেৰেলাত ইমান বানপানী আহিল কেনেকৈ ? - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, August 27, 2018

কেৰেলাত ইমান বানপানী আহিল কেনেকৈ ?


কেৰেলাত ইমান বানপানী আহিল কেনেকৈ ?


  • কেৰেলাৰ বানৰ পাছৰ এক ছবি । 
  • প্ৰকৃতিয়ে সুতৰ সৈতে উভতাই দিছে আমাৰ কৰ্মফল ।
কেৰেলাৰ বানপানী :
  • নিহত ৩৭০ জনতকৈ অধিক । 
  • ৭.৮ লাখ মানুহ আশ্ৰয় শিৱিৰত । 
  • ৮০০০ টাগৃহ সম্পূৰ্ণৰৃপে ক্ষতিগ্ৰস্থ আৰু ২৬০০০ টা গৃহ আংশিকভাৱে ক্ষতিগ্ৰস্থ । 
  • চৰকাৰী ক্ষয়ক্ষতি ১৯,৫১২ কোটি টকা । ৮০০০ কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন ।
বানপানীৰ কাৰণ:
  • বৰষুণ ১৯২৪ ত কেৰেলাত ৩৩৬৮ মিমিৰ তিনিসপ্তাহজুৰি বৰষুণৰ ফলত বানপানী হৈছিল আৰু প্ৰায়১০০০ মানুহৰ মৃতু্য় হৈছিল । 
  • ২০১৮ চনত ২২৮৬ মিমিৰ বৰষুণ হয় যাৰ ফলত নদীবান্ধসমূহে পানী এৰি দিয়ে । আৰু ইয়াৰবাবেই আজি তাত বানপানী ।
কেৰেলাত ৪৪ টা নদী আছে । ৩০ বছৰ আগত কেৰেলাত ৮ হেক্টৰ খেতি মাটিআছিল আৰু আজি কমি গৈ ১.৫ লাখ খেতি মাটি আছে । খেতিমাটিৰ পানী শোষণ কৰাৰ ক্ষমতা থাকে কিন্ত এই মাটি ঘৰবাৰী নাইবা উদ্য়োগলৈ ৰৃপান্তৰিত হৈছে ।ইয়াৰোপৰিও কেৰেলাৰ পৰা পানী বাহিৰলৈ লৈ যোৱাৰো পৰ্যাপ্ত ব্য়ৱস্থা হোৱা নাই ।



No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close