কালিৰ পৰা ৰহাত আৰম্ভ হব টোল গেট । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, July 11, 2018

কালিৰ পৰা ৰহাত আৰম্ভ হব টোল গেট ।

কালিৰ পৰা ৰহাত আৰম্ভ হব টোল গেট :  হয় থিকেই শুনিছে । কালিৰ পৰা ৰহাত আৰম্ভ হব টোল গেট । আজি প্ৰায় ৩ বছৰে বন্ধ হৈ থকা টোল গেটো কাইলৈ মুকলি কৰিব উলাইছে চৰকাৰ । ইতিমধ্য়ে ইণ্দ্ৰজিত কনছট্ৰাকছন নামৰ এটা কোম্পানীক ইয়াৰ দায়িত্বও অৰ্পন কৰা হৈছে । টোলগেটৰ পৰা প্ৰতি দিনা ১০.৫০ লাখ টকা উলিয়াব চৰকাৰে । ইয়াৰ বাবে চৰকাৰক দিব কোম্পানীটোয়ে প্ৰতিদিনে প্ৰায়  ১০.৫০  লাখ টকা । 



কিছুদিন আগতে টোলগেটো খুলিব চেষ্টা কৰা হৈছিল যদিও জাতীয় সংগঠনৰ প্ৰতিবাদত বন্ধ কৰি দিয়া হৈছিল টোলগেট । এইবাৰ যাতে কোনো প্ৰতিবাদ হব নোৱাৰে তাৰ বাবে চৰকাৰে আৰক্ষীৰ বেষ্টনী গঢ়ি তুলিছে । ফলস্বৰুপে উজনিৰ পৰা গুৱাহাটী অহাসকলে মোটা অংকৰ কৰ দিব লগা হোৱাটো নিশ্চিত । ইফালে সম্পূৰ্ণ ৰাস্তা নিৰ্মাণ নকৰাকৈ চৰকাৰক কৰ দিব লগা হোৱাটো পৰিতাপৰ কথা বুলি বিভিন্নজনে মত পোষণ কৰিছে । অধিক তথ্য়ৰ বাবে তলত এটা ভিডিঅ দিয়া হৈছে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close