অসম চৰকাৰৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত নিযুক্তি: অসম চৰকাৰে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ।মুকলি হোৱা মুঠ পদ সংখ হৈছে ৩৭০ টা । ইয়াৰে ১৪২ টা ব্লক কৰডিনেটৰ পদত যিকোনো গ্ৰেডুৱেট প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব । আবেদন প্ৰক্ৰিয়া ১৬ জুলাইৰ পৰা অনলাইন যোগে আবেদন আৰম্ভ হব । এই নিযুক্তি প্ৰক্ৰিয়াত থকা পদ সমূহ হৈছে-
- ব্লক কৰডিনেটৰ পদ (১৪২ টা পদ অৰ্হতা- গ্ৰেজুৱেট)
- ব্লক প্ৰজেক্ট মেনেজাৰ ( ৫০ টা পদ অৰ্হতা- পষ্ট গ্ৰেজুৱেট)
- একাউনটেন্ট ( ১৩২ টা পদ অৰ্হতা- বিচিএ/বিকম)
এইকেইটা হৈছে সকলোৱে আবেদন কৰিব পৰা পদ । ইয়াৰ উপৰিও অান কিছুমান পদত বিশেষ দক্ষতা থকা লোকক নিযুক্তি দিয়া হব ।
আবেদন প্ৰক্ৰিয়া ১৬ জুলাইৰ পৰা অনলাইন যোগে হব আৰু ৮ অাগষ্ট লৈ চলিব ।
মূল আবেদনৰ বিজ্ঞাপন পঢ়িবলৈ ইয়াত ক্লিক কৰক - ADV
অনলাইন আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক- WILL BE UPDATED
No comments:
Post a Comment