ফেচবুক পষ্টৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, July 9, 2018

ফেচবুক পষ্টৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ ।

ফেচবুক পষ্টৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ :

পুন: বিতৰ্কত সোমাই পৰিছে সুস্বাস্থ্য ৰক্ষাৰ বাবে ঘৰুৱা দৰৱৰ বিধান দিয়া পংকজ পাঠক । ইয়াৰ পূৰ্বে পংকজ পাঠকৰ বিবাহ বহিৰ্ভূত অবৈধ সম্পৰ্ক থকা বুলি তেওঁৰ পত্নীয়ে এক এজাহাৰ দাখিল কৰিছিল।শেহতীয়াকৈ তেঁওৰ বিৰুদ্ধে ৰুজু হৈছে আন এক এজাহাৰ । উল্লেখযোগ্য় যে কৰ্মচাৰীক নিৰ্য্যাতন কৰি পলাই থকা মুকেশ হুণ্ডাইৰ পৰিচালন সঞ্চালক ঋষভ হিম্মৎচিংকা গ্ৰেপ্তাৰ হৈছিল দিছাং ৰিজৰ্টত । ইয়াৰ পাছতেই পাঠকে ৰিজ’ৰ্টখন বৰ্জন কৰিবলৈ ফে’ছবুক প’ষ্টযোগে আহ্বান জনাইছিল।


কিন্তু ৰিজ’ৰ্ট কৰ্তৃপক্ষৰ মতে হিম্মৎসিংকা তেওঁলোকৰ তাত কফি খাবৰ বাবেহে প্ৰৱেশ কৰিছিল। কৰ্মচাৰীজনে জনাইছিল যে হিম্মৎসিংকাই ক’ৰ পৰা আহি তেওঁলোকৰ তাত সোমাইছিল তেওঁলোকে নাজানে। অনাহকত দিচাং ৰিজৰ্টখনৰ অপপ্ৰচাৰ কৰাৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ সোণাপুৰ থানাত এজাহাৰ দাখিল কৰিছে দিচাং ৰিজ’ৰ্টে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close