ভাৰতীয় মুছলিম পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ মুছলিম : কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, June 20, 2018

ভাৰতীয় মুছলিম পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ মুছলিম : কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

ভাৰতীয় মুছলিম পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ মুছলিম: কেন্দ্ৰীয় গৃহমন্ত্ৰী 
কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিংয়ে মঙলবাৰে দিল্লীত আয়োজিত ঈদ মিলাদত অংশগ্ৰহণ কৰি কয় যে ভাৰতীয় মুছলিম হৈছে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ মুছলিম| লগতে তেও কয় যে ভাৰতেই একমাত্ৰ এখন দেশ যত ইছলামত ৭২ টা গোটৰ মানুহ আছে আৰুসকলোৱে মিলি জুলি একেলগে আছে ।

ইয়াৰ উপৰিও তেও কয় যে ভাৰতৰ মুছলমান সকলে নিজ ইচ্ছামতে ভাৰতীয় হৈছে কাৰণ দেশ বিভাজনৰ সময়ত মুছলমানসকলেদেশ এৰি যোৱাৰ সম্পূৰ্ণ স্বাধীনতা আছিল ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close