সেনাৰ অভিযানত উগ্ৰপন্থীতকৈ বেছি নিৰীহ লোকৰ মৃত্যু হৈছে- কংগ্ৰেছ নেতা গোলাম নবী আজাদ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 22, 2018

সেনাৰ অভিযানত উগ্ৰপন্থীতকৈ বেছি নিৰীহ লোকৰ মৃত্যু হৈছে- কংগ্ৰেছ নেতা গোলাম নবী আজাদ

সেনাৰ অভিযানত উগ্ৰপন্থীতকৈ বেছি নিৰীহ লোকৰ মৃত্যু হৈছে- কংগ্ৰেছ নেতা গোলাম নবী আজাদ

জম্মু কাশ্মীৰত বিজেপি-পিডিপি চৰকাৰৰ পতনৰ পাছতেই কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ এটা মন্তব্য়ই দেশজুৰি তোলাৰ লগাইছে । সেনাৰ অভিযানত উগ্ৰপন্থীতকৈ বেছি নিৰীহ লোকৰ মৃত্যু হৈছে। কাশ্মীৰ সীমান্তত চলা সেনাৰ অভিযানক লৈ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ বিতৰ্কিত মন্তব্য কৰে কংগ্ৰেছ নেতা গোলাম নবী আজাদে । গোলাম নবী আজাদে কয় যে সেনা অভিযানত ৪ জন সন্ত্ৰাসবাদীৰ বিপৰীতে ২০ জন সাধাৰণ জনতাৰ প্ৰাণ হেৰূৱাইছে । কাশ্মীৰত ৰাজ্যপাল শাসনত আৰু অধিক নিৰীহই প্ৰাণ হেৰুৱাব বুলি শংকা প্ৰকাশ কংগ্ৰেছ নেতাজনৰ। গোলাম নবী আজাদৰ এই মন্তব্যত এতিয়া তোলপাৰ দেশ। 


বিজেপিয়ে গোলাম নবী আজাদৰ মন্তব্যক গৰিহণা দি ইফালে কয় যে কালামৰ এই মন্তব্য় ভাৰতীয় সেনাৰ আত্মবলিদানক উপলুঙা কৰিছে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close