Assam Private Jobs 2021 প্ৰাইভেট চাকৰি । অৰ্হতা অষ্টম মান,মেট্ৰিক, হায়াৰ চেকেণ্ডেৰী আৰু অন্যান্য - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, July 2, 2021

Assam Private Jobs 2021 প্ৰাইভেট চাকৰি । অৰ্হতা অষ্টম মান,মেট্ৰিক, হায়াৰ চেকেণ্ডেৰী আৰু অন্যান্য

হেল্লো বন্ধুসকল, আজি আমি আপোনালোকক অসমত শেহতীয়াকৈ মুকলি হোৱা কেইটামান ব্যক্তিগত খণ্ডৰ চাকৰিৰ বিষয়ে জনাম । আপোনালোকে কিদৰে আবেদন কৰিব সকলো তলত উল্লেখ কৰা হৈছে । 
Assam Private Jobs 2021

এইখিনিতে এটা কথা মনত ৰাখিব যে এইসমুহ প্ৰাইভেট চাকৰি হয়, যদি কোনোবাই আবেদন কৰোতে ধন বিচাৰে তেনে ঠাইত আবেদন নকৰিব । যদি ধনৰ লেনদেন কৰে তাৰ বাবে আমি কোনোপদ্ধেই জগৰীয়া নহয় । গতিকে আহক কি কি প্ৰাইভেট চাকৰি মুকলি হৈছে জানো আহক -

1) Smart Electro Care স্মাৰ্ট ইলেক্ট্ৰ কেয়াৰ  

পদৰ নাম - অফিচ এডমিন (মহিলা)  
ফ্ৰেচাৰ্ছসকলেও আবেদন কৰিব পাৰে  
শিক্ষাৰ অৰ্হতা - B.Sc / B.com  প্ৰাৰ্থী লগতে কম্পিউটাৰৰ মৌলিক জ্ঞান থাকিব লাগিব  
দৰমহা - 10,000 ৰ পৰা 20,000 টকা  
বয়স - 23 বছৰ বা ততোধিক  
অৱস্থান - খ্ৰীষ্টান বস্তি, গুৱাহাটী  
কেনেদৰে আবেদন কৰিব - আপোনাৰ বায়ডাটা ইমেইল কৰক - sales@smartelectrocare.com নতুবা কল কৰক - 9854947577  

2) Green Valley Company & C.B.Trading-গ্ৰীণ ভেলী কোম্পানী আৰু চি.বি.ট্ৰেডিং-  

পদৰ নাম - FMCG FIELD SALES EXECUTIVE এফ.এম.চি.জি. ফিল্ড চেলছ এক্সিকিউটিভ (এফ.এম.চি.জি. বা ফাৰ্মা পৃষ্ঠভূমিত নিম্নতম অভিজ্ঞতা 1-2 বছৰৰ হব লাগিব)  
কেনেদৰে আবেদন কৰিব - হোৱাটছএপ কৰক 7099573821  
স্থান - তিনিচুকীয়া  

3) Security Guard  নিৰাপত্তাৰক্ষীৰ খালী পদ  

শিক্ষাৰ অৰ্হতা - অষ্টম শ্ৰেণী  উত্তীৰ্ণ  
স্থান - নগাঁও, তেজপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটী  
কোনো মাচুল নাই  
কেনেদৰে আবেদন কৰিব - কল কৰক 9508196949, 9508196950, 9864496951   

4) HERITAGE PUBLIC SCHOOL GUWAHATI হেৰিটেজ পাব্লিক স্কুল গুৱাহাটী

শিক্ষক প্ৰয়োজন   
পিজিটি: ৰসায়ন বিজ্ঞান/জীৱবিজ্ঞান আৰু অৰ্থনীতি   
অৰ্হতা: বি.এড.-ৰ সৈতে স্নাতকোত্তৰ।   
ওপৰোক্ত প্ৰাৰ্থীসকলৰ নিজ নিজ ক্ষেত্ৰত অতি কমেও ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 
আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ বায়ডাটা hpsguwahati@gmail.com প্ৰেৰণ কৰিব  
যোগাযোগ : 8812922333  

5) অন্যান্য পদ

ক) অফিচ বয় / গাৰ্ল   আৰু দৰমহা - 3500  টকা
খ) পাচলি বিক্ৰেতা  আৰু দৰমহা - 4500 ৰ পৰা 6000 টকা
কল কৰক - 7664811518

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close