গ্ৰীস্মকালত আমাৰ ছালৰ বহু সমস্যাই দেখা দিয়ে। গৰমৰ দিনত ঘাম আৰু প্ৰখৰ ৰদে আমাৰ ছাল নিষ্প্ৰাণ কৰি তোলে। এনে পৰিস্থিতিত, আপুনি আপোনাৰ ছালখনৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। আজি আমি আপোনাক এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম । আমি আপোনাক নিমখৰ কিছুমান ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে ক'বলৈ গৈ আছোঁ যাৰ দ্বাৰা আপুনি ঘৰতেই অতি সহজে যত্ন লব পাৰিব -
টোনাৰৰ দৰে নিমখ ব্যৱহাৰ কৰক -
তেলেতীয়া ছালৰ পৰা পৰিত্ৰাণ পাবলৈ নিমখ টোনাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এটা স্প্ৰে বটলত কুহুমীয়া গৰম পানী আৰু অলপ নিমখ ভালদৰে মিহলি কৰক। ইয়াৰ পাছত আপুনি কপাহ ব্যৱহাৰ কৰি মিশ্ৰণটো মুখত প্ৰয়োগ কৰিব পাৰে । গা ধোৱা পানীত নিমখ মিহলি কৰক -
যিসকল লোকে শুকান ছালৰ সমস্য়াত ভুগি আছে তেঁওলোকে গা ধোৱা পানীত নিমখ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি একাপ পানীত আধা কাপ নিমখ যোগ দি ভালদৰে মিহলি কৰক আৰু পাছত গা ধোৱা বাল্টিত যোগ দিয়ক । আপুনি বাথটাবো নিমখ দি পানীৰে ভৰাই ১৫ মিনিট বহিব পাৰে। গা ধোৱা পানীত নিমখ মিহলি কৰক -
যিসকল
লোকে শুকান ছালৰ সমস্য়াত ভুগি আছে তেঁওলোকে গা ধোৱা পানীত নিমখ ব্যৱহাৰ
কৰিব পাৰে। ইয়াৰ বাবে আপুনি একাপ পানীত আধা কাপ নিমখ যোগ দি ভালদৰে মিহলি
কৰক আৰু পাছত গা ধোৱা বাল্টিত যোগ দিয়ক । আপুনি বাথটাবো নিমখ দি পানীৰে
ভৰাই ১৫ মিনিট বহিব পাৰে। স্ক্ৰাবৰ দৰে নিমখ ব্যৱহাৰ কৰক -
নিমখৰ দ্বাৰা বনাওক ফেচ মাক্স -
নিমখৰ ফেচ মাক্স তৈয়াৰ কৰিবলৈ তিনি চামুচ মৌ আৰু এক চামুচ নিমখ মিলাই ভালদৰে মিহলি কৰক আৰু মুখত প্ৰয়োগ কৰক। 10 মিনিটৰ পিছত মুখখন পৰিষ্কাৰ কৰক। ফলাফল দেখা পাব ।
গা ধোৱা পানীত নিমখ মিহলি কৰক -
গা ধোৱা পানীত নিমখ মিহলি কৰক -
স্ক্ৰাবৰ দৰে নিমখ ব্যৱহাৰ কৰক -
যদি আপোনাৰ ছাল আপোনাৰ ৰদৰ পোহৰত সলনি হয় তেন্তে ইয়াৰ বাবে এক চামুচ নাৰিকল তেল আৰু নিমখ যোগ দিয়ক।আৰু ইয়াৰ দ্বাৰা শৰীৰত স্ক্ৰাব (ঘঁহি) কৰক দিয়ক। ফলাফল দেখা পাব ।
নিমখৰ দ্বাৰা বনাওক ফেচ মাক্স -
টোকা: এই প্ৰবন্ধত দিয়া তথ্যবোৰ গৱেষণাৰ ওপৰত আধাৰিত। এজন বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগিব।
No comments:
Post a Comment