বান্ধাকবিৰ পাত শৰীৰত লগাই পাওক আচৰিত লাভ । জানক কেনেকৈ লাভাম্বিত হব । Useful Health Tips of Cabbage bandage - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 5, 2021

বান্ধাকবিৰ পাত শৰীৰত লগাই পাওক আচৰিত লাভ । জানক কেনেকৈ লাভাম্বিত হব । Useful Health Tips of Cabbage bandage

 Cabbage bandage for pain and thyroid

পাচলিৰ পৰা সুস্বাদু ব্যঞ্জনলৈ বন্ধাকবিৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে অতি লাভাদায়ক। কিন্তু ইয়াৰোপতিও শাৰীৰিক বিষ বা আঘাত, থাইৰইড বা স্তনৰ সমস্যা আদিত বন্ধাকবিয়ে যাদুৰ দৰে প্ৰভাৱিত কৰিব। বন্ধাকবি শৰীৰত বান্ধি তলত দিয়া লাভসমুহ পাব পাৰি - 

Useful Health Tips of Cabbage bandage

 

বিষত ফুলি যোৱা (SWELLING)

যদি কাৰোবাৰ হাত, ভৰি বা শৰীৰৰ যিকোনো অংশত আঘাতৰ বাবে বিষ আৰু ফুলা অনুভৱ কৰি হয় তেন্তে শোৱাৰ সময়ত বন্ধাকবিৰ পাত সম্পৰ্কিত স্থানত ৰাখি তাৰ ওপৰত বেণ্ডেজ বান্ধি দিয়ক ।  শোৱাৰ আগতে কৰা এই পদ্ধতিটোৱে আপোনাক যথেষ্ট উপকৃত কৰিব।

থাইৰইড (FIGHT AGAINST THYROID)-

থাইৰইড গ্ৰন্থি শৰীৰৰ বিপাক নিয়ন্ত্ৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পাচন প্ৰণালীৰ বাবেও ই বিশেষ গুৰুত্বপূৰ্ণ। যদি আপোনাৰ এইবোৰৰ সৈতে কোনো সমস্যা আছে, ৰাতি শোৱাৰ আগতে বান্ধাকবিৰ পাত ডিঙিত বান্ধি শুবলৈ যাওক। এনে কৰিলে কিছু দিনতেই আপুনি পাৰ্থক্য দেখা পাব। যথেষ্টখিনি আৰাম পাব ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

মুৰৰ বিষ (HEADACHE)-
যদি আপোনাৰ মাথা বিষৰ সমস্যা থাকে, তেন্তে বন্ধাকবিৰ পাত আপোনাৰ বাবে যথেষ্ট উপকাৰী হব পাৰে। ইয়াৰ বাবে, ৰাতি শোৱাৰ আগতে বান্ধাকবিৰ সতেজ পাত এখিলা মূৰত ৰাখক আৰু ইয়াক ভাল কিবা এটাৰে বান্ধি শুবলৈ যাওক। ই আপোনাক উপকৃত কৰিব। 

স্তনৰ বিষ (BREAST PAIN)-

বহুতো মহিলাৰ স্তনৰ বিষৰ সমস্য়া দেখা যায়। ইয়াৰ পৰা মুক্তি পাবলৈ, বান্ধাকবিৰ সতেজ পাত আপোনাৰ স্তনত ৰাখক আৰু শুই যাওক। আপুনি বিষৰ পৰা মুক্তি নোপোৱালৈকে ইয়াক ব্যৱহাৰ কৰক। আপোনাৰ স্তনৰ বিষ নাইকিয়া হ'ব। 

বিষৰ পৰা মুক্তি(ACCELERATE WOUND HEALING)

শৰীৰৰ যিকোনো অংশত বিষৰ পৰা মুক্তি নোপোৱালৈকে এই বান্ধাকবিৰ পাত ব্যৱহাৰ কৰি চাব পাৰে ।  ই চুম্বকৰ দৰে বিষ টানা কাম কৰে।

পঢ়ক- মুখৰ লালতিৰ আচৰিত ঔষধি গুণ


 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/useful-health-tips-of-cabbage-bandage.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close