অসমৰ মাইক্ৰফাইনেন্স কোম্পানীৰ চাকৰি Microfinace Company Jobs in Assam 2021 - Satin Creditcare Network Ltd - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 2, 2021

অসমৰ মাইক্ৰফাইনেন্স কোম্পানীৰ চাকৰি Microfinace Company Jobs in Assam 2021 - Satin Creditcare Network Ltd

Microfinace Company Jobs in Assam 2021 

অসমৰ এটা আগশাৰীয় মাইক্ৰ ফাইনেন্স কোম্পানি (Microfinace Company) চেটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডত শেহতীয়াকৈ 45 টা প্ৰকল্প বিষয়াৰ পদ খালী হৈছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি জনাম ।
Microfinace Company Jobs in Assam 2021

Satin Creditcare Network Ltd

খালী পদৰ নাম

প্ৰকল্প বিষয়া (Project Officer)

পদ

45 টা

দৰমহা:  

20851/- টকাৰ পৰা 22890/- টকালৈ

যোগ্যতাৰ চৰ্ত:

হায়াৰ ছেকেণ্ডেৰী পাছ । লগতে 2 বছৰৰ অভিজ্ঞতা ।

আৰম্ভ হল কৃষি আৰু পশুপালনৰ বৃহৎ নিযুক্তি - পঢ়ক

আবেদন মাচুল

শূন্য ।

সাক্ষাৎকাৰৰ তাৰিখ: 

04.03.2021।

সাক্ষাৎকাৰৰ স্থান

Satin Creditcare Network Ltd. Salibasha, Near Salibasha SBI Branch, PO Parbatpur, Namrup, Dist Dibrugarh, Pin 786623.

চাকৰিৰ খৱৰ পাবলৈ আমাৰ Whatsapp গ্ৰুপ যোগদান কৰিবলৈ ক্লিক কৰক -  ইয়াত

কেনেকৈ আবেদন কৰিব:

প্ৰাৰ্থীয়ে তেওঁলোকৰ বায়ডাটা মেইল কৰিব লাগিব । মেইল আইডিটো হৈছে hrsivasagar@satincreditcare.com ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close