বাস্তু টিপচ - এই দিশত মুখ দি শুৱক । হব ধনপ্ৰাপ্তি আৰু শান্তি | Best Direction to Sleep - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 25, 2021

বাস্তু টিপচ - এই দিশত মুখ দি শুৱক । হব ধনপ্ৰাপ্তি আৰু শান্তি | Best Direction to Sleep

Best Direction to Sleep

বাস্তু শাস্ত্ৰ অনুসৰি আজি আমি আপোনাক শোৱাৰ সময়ত কোন ফালে মুখ কৰি (Direction to Sleep) শোৱ লাগে সেই সঠিক দিশৰ বিষয়ে ক'বলৈ গৈ আছো।
Vastu tips for sleeping direction

 

What Vastu Shastra Say About Sleep Direction

বাস্তু শাস্ত্ৰ মতে, দক্ষিণফালে মূৰ দি শোলে বহু লাভালাভ হোৱাৰ বিপৰীতে উত্তৰফালে মূৰ দি শোৱাটো অতি ক্ষতিকাৰক। বাস্তু শাস্ত্ৰ ৰ মতে, উত্তৰ দিশত মূৰৰ দি শোৱাটো (north-to-south body position) ভাল বুলি বিবেচনা কৰা নহয় । বাস্তু শাস্ত্ৰত ইয়াৰ সঠিক কাৰণটোও বৰ্ণনা কৰা হৈছে । কোৱা হয় যে পৃথিৱীৰ এক চুম্বকীয় শক্তি আছে। যি শক্তি দক্ষিণৰ পৰা উত্তৰলৈ প্ৰবাহিত হৈ আছে। যেতিয়া আমি দক্ষিণফালে মুৰটো ৰাখি শুব, এই শক্তি আমাৰ মুৰৰ পৰা প্ৰৱেশ কৰি ভৰিৰ পৰা ওলাই যায় ।
এইদৰে শুৱাৰ ফলত যেতিয়া কোনো ব্যক্তিৰ ৰাতিপুৱা টোপনি খোলে,তেতিয়া ব্যক্তিজনে সতেজ আৰু ফুৰ্তি অনুভৱ কৰে (A good quality of sleep)। ইয়াৰ বিপৰীতে, যদি উত্তৰৰ ফালে মূৰটো দি শুই দিয়া হয়, তেতিয়া চুম্বকীয় শক্তি ভৰিৰে মূৰত প্ৰৱেশ কৰে, আৰু ফলত মানসিক উত্তেজনা হয় আৰু ৰাতিপুৱা উঠি থাকোঁতে মনটো কিছু গধুৰ অনুভৱ কৰে। 

এনেদৰে শুলে লাভ কৰিব কুবেৰৰ আশীৰ্বাদ

আমাৰ শুৱা অভ্যাসটো হৈছে এটা দিনচৰ্চা কিন্তু আপুনি জানেনে যে বাস্তু শাস্ত্ৰ অনুসৰি যদি আপুনি ভুল ধৰণে শুৱে তেন্তে ই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। হয়, ভুলধৰণে শুলে আপোনাৰ জীৱনত বাধা, বৈবাহিক অশান্তি, দুঃস্বপ্ন আৰু বৃহৎ ধন লোচকান আদি সমস্য়া হব পাৰে । কিন্তু সঠিক দিশত মুৰ দি শুলে জীৱনৰ সকলো টেনচনো নাইকিয়া হয় আৰু ভগৱান কুবেৰৰ আশীৰ্বাদত ধনপ্ৰাপ্তি কৰিব পাৰি । 

বেয়া সপোনৰ পৰা ৰক্ষা (Nightmares) -

বাস্তু শাস্ত্ৰ অনুসৰি উত্তৰ ফালে মুখ কৰি শুলে বেয়া সপোন(nightmares) দেখা যায় । এই দিশত মূৰ ৰাখি শুলে  ৰক্তচাপও বৃদ্ধি (high blood pressure) হয়, আৰু মন নিয়ন্ত্ৰণ কৰা নহয় লগতে অধিক দুঃস্বপ্নও দেখা দিয়ে। গতিকে, এনেদৰে কেতিয়াও শুব নালাগে । 

ধন প্ৰাপ্তিৰ দিশ

শাস্ত্ৰ অনুসৰি, যি ব্যক্তিয়ে পূৱ দিশত মূৰ দি শুৱে তেওঁ বুদ্ধিমান আৰু জ্ঞানী। তেওঁ যি ক্ষেত্ৰত কাম কৰি আছে তাত সফলতা লাভ কৰাত সফল হয় আৰু ধন প্ৰাপ্তিত সফল হয়। সেয়েহে, এই দিশত শুৱাটো শুভ বুলি বৰ্ণনা কৰা হয়। 

লগতে পঢ়ক -  এনেকুৱা হাতৰ আঙুলি হলে জীৱনত পোৱা যাব প্ৰেম, ধন আৰু নাম | 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/secret-benefits-of-saliva.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close