RRB এডমিট কাৰ্ড ডাউনলোড কৰক । Download RRB Guwahati Admit Card 2020 | Check How to download NTPC CBT Call Letter - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, December 24, 2020

RRB এডমিট কাৰ্ড ডাউনলোড কৰক । Download RRB Guwahati Admit Card 2020 | Check How to download NTPC CBT Call Letter

RRB Guwahati Admit Card 2020

Railway Recruitment Board RRB , Guwahati য়ে  অলপতে Group D (RRC-01/2019), Ministerial and Isolated Categories (CEN-03/2019) আৰু NTPC (CEN-01/2019)  নিযুক্তিৰ বিপৰীতে 1,40,640 টা খালী পদৰ বাবে CBT পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিব। ভাৰতীয় ৰে'লৱে 15 ডিচেম্বৰ 2020-ৰ পৰা এই খালী পদবোৰৰ বাবে কম্পিউটাৰ আধাৰিত পৰীক্ষা আৰম্ভ কৰিব।
DOWNLOAD RRB ADMIT CARD 2020

RRB Guwahati Admit Card 2020 সবিশেষ

পোষ্ট/বোৰৰ নাম: গ্ৰুপ ডি (RRC-01/2019) | NTPC (CEN-01/2019) | Ministerial and Isolated Categories (CEN-03/2019)
পোষ্টৰ সংখ্যা: 1,40,640 টা 
পৰীক্ষাৰ ধৰণ: কম্পিউটাৰ আধাৰিত পৰীক্ষা (CBT)
এডমিট কাৰ্ড উপলব্ধ : 24 ডিচেম্বৰ 2020 ৰ পৰা 
পৰীক্ষাৰ তাৰিখ : 28 ডিচেম্বৰ 2020 ৰ পৰা

RRB Guwahati CBT Admit Card ডাউনলোড কৰাৰ পদক্ষেপসমূহ

পদক্ষেপ 1: তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব লিংকৰ শাখাত ক্লিক কৰক ।
পদক্ষেপ 2: আৰআৰবি গৌহাটী এডমিট কাৰ্ড লিংকত ক্লিক কৰক।
পদক্ষেপ 3: এটা নতুন ৱেবপৃষ্ঠা খোলা খাব, আপোনাৰ পৰিচয়ৰ সবিশেষ দাখিল কৰক আৰু চাবমিট বুটাম হিট কৰক।
পদক্ষেপ 4: আপোনাৰ আৰ.আৰ.বি. এডমিষ্ট কাৰ্ড 2020 খোলা খাব; ইয়াক ভৱিষ্যতৰ উদ্দেশ্যৰ বাবে চেভ কৰি ৰাখক । 

গুৰুত্বপূৰ্ণ ৱেব লিংক RRB Guwahati Admit Card 2020

RRB Guwahati Admit Card (NTPC): ইয়াত ক্লিক কৰক।
NTPC মক পৰীক্ষা: ইয়াত ক্লিক কৰক।
COVID-19 নিৰ্দেশনা: ইয়াত ক্লিক কৰক।
পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপসমূহ -  ইয়াত ক্লিক কৰক।
পৰীক্ষাৰ তাৰিখ আৰু চহৰ ডাউনলোড কৰক (NTPC): ইয়াত ক্লিক কৰক।
NTPC পঞ্জীয়ন নম্বৰ পাহৰিছে: ইয়াত ক্লিক কৰক।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close