ডিচি অফিচত ওলাইছে চাকৰি । খালী ১৪ টা পদ । অৰ্হতা অষ্টম মান মাথো । DC OFFICE JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, November 15, 2020

ডিচি অফিচত ওলাইছে চাকৰি । খালী ১৪ টা পদ । অৰ্হতা অষ্টম মান মাথো । DC OFFICE JOBS 2020

LAKHIMOUR DC OFFICE JOBS 2020

আবেদনৰ অন্তিম দিন : 07/12/2020 । 

শেহতীয়াকৈ অসমৰ এখন জিলাৰ উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে জাৰিকাৰাক, পিয়ন , চকিদাৰ আৰু ৰুম বিয়াৰাৰ পদ খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ আজি আমি জনাম । আমাৰা এই লিখনি সম্পুৰ্ণকৈ পঢ়ক ।

DC OFFICE JOBS 2020

১) জাৰিকাৰক 

পদৰ সংখ্যা: 3 [UR-2, OBC/ROBC-1]

দৰমহা : PB-I, 12000-52000 টকা লগতে GD. Pay: 4,400 টকা 

শিক্ষাগত অৰ্হতা: অতিকমেও VIII শ্ৰেণী উত্তীৰ্ণ হব লাগিব ।

২) পিয়ন 

পদৰ সংখ্যা: 4 [OBC/ROBC-2, STH-2] 

দৰমহা : PB-I, 12000-52000 টকা লগতে GD. Pay: 3,900 টকা 

শিক্ষাগত অৰ্হতা: অতিকমেও VIII শ্ৰেণী উত্তীৰ্ণ হব লাগিব ।

৩) চকীদাৰ

পদৰ সংখ্যা: 6 [UR-3, OBC/ROBC-2, STP-1] 

দৰমহা: PB-I, 12000-52000 টকা লগতে GD. Pay: 3,900 টকা ।

শিক্ষাগত অৰ্হতা: অতিকমেও VIII শ্ৰেণী উত্তীৰ্ণ হব লাগিব ।

৪. ৰুম বিয়াৰাৰ 

পদৰ সংখ্যা: 1 [UR] 

দৰমহা: PB-I, 12000-52000 টকা লগতে GD Pay: 3,900 টকা ।

শিক্ষাগত অৰ্হতা: অতিকমেও VIII শ্ৰেণী উত্তীৰ্ণ হব লাগিব ।

Eligibility Criteria for DC Office Jobs 2020 নিযুক্তিৰ বাবে যোগ্যতাৰ চৰ্ত

প্ৰাৰ্থী গৰাকীৰ বয়স 1 জানুৱাৰী, 2020 তাৰিখ অনুসৰি ১৮ বছৰৰ কম হ'ব নালাগিব আৰু 40 বছৰৰ অধিক হব নোৱাৰিব । এছ..চি আৰু এছ.টি. প্ৰাৰ্থীৰ বাবে বয়সৰ সীমা 45 বছৰ আৰু অবিচি/এম.অ.বি.চি. প্ৰাৰ্থীৰ বাবে 43 বছৰ লৈকে বৃদ্ধি কৰা হৈছে ।

লক্ষীমপুৰ ডিচি অফিচ 2020ৰ বাছনি প্ৰক্ৰিয়া

আবেদনকাৰী প্ৰাৰ্থীসকলে এক লিখিত পৰীক্ষাত অৱতীৰ্ণ হব লাগিব। লিখিত পৰীক্ষা ২ ঘণ্টাৰ বাবে 100 নম্বৰৰ অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাৰ পাঠ্যক্ৰম  হৈছে: (i) সাধাৰণ জ্ঞান: 50 নম্বৰ (২) সাধাৰণ ইংৰাজী: ২৫ নম্বৰ (iii) অসমীয়া ভাষাৰ দক্ষতা- 25 নম্বৰ ।  লিখিত পৰীক্ষাৰ তাৰিখ আৰু স্থান এডমিট কাৰ্ডযোগে অৱগত কৰা হ'ব আৰু লগতে এই পৰীক্ষাৰ সবিশেষ  https://niyukti.assam.gov.in/dclakhimpur আৰু  https://lakhimpur.nic.in ৱেৱচাইটযোগে জনোৱা হব । 

কিদৰে আবেদন কৰিব 

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বয়সৰ  প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, এমপ্লইমেন্ট একচেন্জ কাৰ্ড, ভাল ফটোগ্ৰাফৰ  আদি সকলো আপল'ড কৰিব লাগিব। ইতিমধ্যে সেৱাত থকা প্ৰাৰ্থীসকলে সঠিক চেনেলৰ যোগেৰে আবেদন কৰিব লাগিব আৰু সংশ্লিষ্ট বিভাগৰ NOC-ৰ স্কেন কৰা প্ৰতিলিপি আপল'ড কৰিব লাগিব । 
আবেদনসমূহৰ অনলাইন প্ৰক্ৰিয়া 16 নৱেম্বৰ, 2020 ৰ মাজৰাতিৰ পৰা 7 ডিচেম্বৰ 2020-ৰ মাজৰাতিলৈ গ্ৰহণ কৰা হ'ব। 

বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।

অনলাইন আেবেদন কৰক: ইয়াত ক্লিক কৰক। [১৬/১১/২০২০ চনৰ পৰা]

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close