100 টা ৰোগ ধ্বংস কৰা এইটো ঔষধি ফলৰ বিষয়ে যদি আপুনি নাজানে তেন্তে আপুনি একো নাজানে । Amazing health benefits of black myrobalan in Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, October 26, 2020

100 টা ৰোগ ধ্বংস কৰা এইটো ঔষধি ফলৰ বিষয়ে যদি আপুনি নাজানে তেন্তে আপুনি একো নাজানে । Amazing health benefits of black myrobalan in Assamese

Health Benefits of Silikha ( Silikha called in English Black Myrobalan and in hindi  हरड़ )

শিলিখাক অতি লাভজনক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি । ঘৰুৱা ৰূপত, শিলিখা সাধাৰণতে ব্যৱহাৰ কৰা হয়। ই সমগ্ৰ শৰীৰৰ বাবে লাভজনক, ই শৰীৰৰ 100ৰো অধিক ৰোগ ধ্বংস কৰে। ইয়াৰ কিছুমান মুখ্য লাভালাভ আৰু পৰামৰ্শ জানি লওঁ আহক ।

Health Benefits of Black Myrobalan ( Silikha)

  • শিলিখাৰ কাঢ়া চালৰ এলাৰ্জিৰ বাবে অতি লাভজনক। শিলিখা পানীত উতলাই শিলিখাৰ কাঢ়া প্ৰস্তুত কৰক আৰু দিনত দুবাৰ কৈ সেৱন কৰক, যথেষ্ট আৰাম লাভ কৰিব। এলাৰ্জিৰ দ্বাৰা প্ৰভাৱিত অংশটো এই কাঢ়াটো ব্যৱহাৰ কৰি আৰাম লাভ কৰিব পাৰে ।
  • একেদৰে, যেতিয়া ছালত খৰ হয় তেতিয়া সংক্ৰমিত স্থানত শিলিখা আৰু হালধিৰ মিশ্ৰণ প্ৰয়োগ কৰক আৰু দৈনিক দুবাৰকৈ ছালখন সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱালৈকে এই প্ৰলেপটো ব্যৱহাৰ কৰি থাকক । অতি সোনকালে আৰাম পাব ।
  • শিলিখা গুৰি কৰি পাউডাৰটো বনাই দাতত লগালে দাতৰ বিষৰ পৰা উপশম পোৱা যায় ।শিলিখা হৈছে এক স্বাস্থ্যবর্ধক  ঔষধি ব্যৱহাৰে চুলি ক'লা, উজ্জ্বল আৰু আকৰ্ষণীয় কৰি তুলে । 
  • নাৰিকল তেল শিলিখাখিনিৰ সৈতে মিহলাই উতলাই লওক ( যেতিয়ালৈকে শিলিখাসমূহ সম্পূৰ্ণভাৱে দ্ৰৱীভূত নহয়) আৰু চুলিত প্ৰয়োগ কৰক । নহলে দৈনিক 3-5 গ্ৰাম শিলিখাৰ পাউডাৰ এক গিলাছ পানীৰ সৈতে ব্যৱহাৰ কৰক।
  • কোষ্ঠকাঠিন্য উপশম কৰাত শিলিখাৰ গুটিৰ গুডিয়ে বিশেষভাৱে কাম কৰে । শিলিখাৰ গুটি এক চিকুট নিমখৰ সৈতে  বা ইয়াক 1.2 গ্ৰাম লং বা দালচেনীৰ সৈতে খাওক । সোনকালে কোষ্ঠকাঠিন্যৰ পৰা আৰাম পাব ।
  • হজম বা অন্যান্য পেটৰ সমস্যাৰ বাবে শিলিখা গুটিৰ  সৈতে মধু, লং আৰু দালচিনিৰ মিশ্ৰণ বনাই খালে আৰাম পোৱা যায় ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

  • ভজা শিলিখাৰ পাউডাৰ ব্যৱহাৰ কৰিলে পাইলচ বেমাৰৰ পৰা আৰাম পোৱা যায় । এৰা গছৰ তেলত সতেজ শিলিখা সোণালী নোহোৱালৈকে ভজাক। ঠাণ্ডা হোৱাৰ পাছত সেইয়া পিচি পাউদাৰ বনাই ঠাণ্ডা জাগাত থব (ফ্ৰিজত নথব) । ৰাতি শুৱা সময়ত আধা চামুচ এই পাউডাৰ খাই খোলে পেট পৰিষ্কাৰ হয়।
  • শিলিখাৰ ৰসে শৰীৰলৈ সতেজতা লৈ আনে । ই স্নায়ুতন্ত্ৰ শান্ত কৰি ৰাখে। শিলিখাৰ ৰসে পাচন প্ৰণালীৰ বিশুদ্ধ কৰি ৰাখে । 

লগতে পঢ়ক - কেঁচা হালধিৰ গুণ, ইয়াৰ লাভালাভ জানিলে, আপুনি আজিয়েই আনিব কেচা হালধী ।

  • শিলিখাই স্মৃতি শক্তি বৃদ্ধি কৰে, লগতে ডায়বেটিচ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। ই হৃদযন্ত্ৰৰ বিভিন্ন বেমাৰৰ বাবেও লাভজনক।
  • শিলিখাৰ টুকুৰা চুবাই খালে ভোক বৃদ্ধি হয় । এক চামুচ পানীত দুটা কিচমিছেৰ সৈতে শিলিখাৰ পাউডাৰ গ্ৰহণ কৰিলে এচিডিটিৰ পৰা উপশম লাভ কৰিব পাৰে ।
  1. লগতে পঢ়ক - খালী পেটত পানী আৰু কেঁচা নহৰু খোৱাৰ আচৰিত লাভ

     

      https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/100-amazing-benefits-of-black-myrobalan.html 

    "Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close