চাকৰি বিচৰাসকলৰ বাবে সুখৱৰ ! গুগুলে মুকলি কৰিলে কৰ্ম এপ জব এপ । Kormo Jobs App In Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, August 22, 2020

চাকৰি বিচৰাসকলৰ বাবে সুখৱৰ ! গুগুলে মুকলি কৰিলে কৰ্ম এপ জব এপ । Kormo Jobs App In Assamese

গুগুলে মুকলি কৰিলে কৰ্ম এপ জব এপ । Kormo Job Application

মহামাৰী কৰ’নাৰ বাবে হোৱা লক ডাউনৰ ফলত ভাৰতত বিভিন্নজনে হেৰুৱাবলগীয়া হৈছে চাকৰি । লকডাউনৰ বাবে যিসকলে চাকৰি হেৰুৱাইছে তাৰে বহুতে এতিয়াও লাভ কৰা নাই নতুন চাকৰি। যাৰ বাবে হাহাকাৰ লাগিছে লাখ লাখ নিবনুৱাৰ মাজত। কিন্তু এনে সময়তে আহিছে এটা ভাল খবৰ। খৱৰটো আহিছে  Google ৰ ফালৰ পৰা ।

এতিয়াৰ পৰা চাকৰিৰ সন্ধান দিব গুগুলয়ে ।  গুগুলৰ ফালৰ পৰা প্ৰস্তুত কৰি উলিওৱা হৈছে Kormo Jobs app (কৰ্ম জব) নামৰ এটা এপ্লিকেচন ।ইয়াৰ বাবে ইউজাৰে খুলিব লাগিব নিজৰ এটা প্ৰফাইল আৰু য’ত ইউজাৰে নিজৰ প্ৰয়োজনীয় সকলো তথ্য দিয়াৰ লগতে আপলোড কৰিব লাগিব এখন বায়’ডাটাও। ইয়াৰ বাবে এপটোত বিষেশভাৱে ডিজিটেল CV তৈয়াৰ কৰিব লাগিব। যাৰ দ্বাৰা চাকৰিৰ সন্ধান কৰাটো নিজেই উজু হৈ পৰিব । 
মনকৰিবলগীয়া এই যে ভাৰতত চাকৰি সন্ধানৰ বাবে বিভিন্ন অনলাইন ছাইট উপলব্ধ থাকিলেও Googleৰ নতুন এপটোৱে ভাৰতত চাকৰি প্ৰত্যাশীক উন্নত মানৰ সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে প্ৰতিষ্ঠানটোৱে। 

কৰ্ম জব ডাউনলোড কৰক - ডাউনলোড

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close