অইলত চাকৰি কৰাৰ সুযোগ । অসমতেই হব চাকৰি । সবিশেষ জানক । Oil Jobs in Assam 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, August 24, 2020

অইলত চাকৰি কৰাৰ সুযোগ । অসমতেই হব চাকৰি । সবিশেষ জানক । Oil Jobs in Assam 2020

অইলত চাকৰি কৰাৰ সপোন বহুতৰে থাকে । শেহতীয়াকৈ Oil India Limited য়ে ৩৬ অপাৰেটৰ (HMV), Grade-VII টা নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। অইলত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ তলৰ অফিচিয়েল নটিফিকেশ্যনটো এবাৰ পঢ়ি ল'ব। বাকী থুলমুলকৈ আমি আমাৰ লিখনিত জনাম ।
Oil Jobs in Assam
Oil Jobs in Assam

আবেদন প্ৰক্ৰিয়া

অনলাইন

চাকৰিৰ স্থান

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ জিলাত হ'ব।

আবেদনৰ অন্তিম তাৰিখ-

১৮ চেপ্তেম্বৰ,২০২০

পদৰ নাম-

Operator-I (HMV), Grade-VII

পদৰ সংখ্যা-

৩৬ টা

দৰমহা-

প্ৰতিমাহে ১৬,০০০ টকাৰ পৰা ৩৪,০০০ টকালৈকে

বয়স-

১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত (ST/SC ৰ বাবে ১৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰতOBC/MOBC ৰ বাবে ১৮ বছৰৰ পৰা ৩৩ বছৰলৈকে)

লগতে পঢ়ক - নগাঁওৰ ডিচি অফিচত মুকলি ৩২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ ।

শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা

১. আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব । 
২. চাৰিবছৰৰ পুৰণি ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব 
৩. অতিকমেও তিনিবছৰৰ গধুৰ বাহন চলোৱা অভিজ্ঞতা থাকিব লাগিব।

লগতে পঢ়ক - কৰ্টত মুকলি পিয়নৰ চাকৰি । অৰ্হতা- অষ্টম মান । এইদৰে কৰক আবেদন ।

আবেদন মাচুল-

General/OBC প্ৰাৰ্থীসকলে ২০০ টকাৰ আবেদমন মাচুল অনলাইন আবেদন কৰাৰ সময়ত পে কৰিব লাগিব । 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে ১৮ চেপ্তেম্বৰ,২০২০ তাৰিখৰ ভিতৰত তলত দিয়া লিংকত অনলাই আবেদন কৰিব লাগিব। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে অফিচিয়েল নটিফিকেশ্যনত অনান্য তথ্য তথা অৰ্হতাসমূহ এবাৰ পৰীক্ষা কৰি চাবলৈ অনুৰোধ জনালোঁ।
চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্ম ডাউনলোডইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close