লকদাউন বৃদ্ধি হবনে ,কৰ্মচাৰীৰ দৰমহা আদি বিষয় লৈ হিমন্ত বিশ্বৰ আজিৰ দিনটোৰ কেইটামান ডাঙৰ ঘোষণা । চাওক । HIMANTA BISWA ANNOUNCEMENT TODAY - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, April 1, 2020

লকদাউন বৃদ্ধি হবনে ,কৰ্মচাৰীৰ দৰমহা আদি বিষয় লৈ হিমন্ত বিশ্বৰ আজিৰ দিনটোৰ কেইটামান ডাঙৰ ঘোষণা । চাওক । HIMANTA BISWA ANNOUNCEMENT TODAY

হিমন্ত বিশ্বৰ আজিৰ দিনটোৰ কেইটামান ডাঙৰ ঘোষণা 


আজি হিমন্ত বিশ্বই প্ৰাগ নিউজত দিয়া  সাক্ষাৎকাৰৰ  কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা হৈছে -
  1. অসমৰ চিকিৎসৰ বাবে ৪০০০ নতুন ব্যক্তিগত সুৰক্ষা সাৰঞ্জামৰ ব্যৱস্থা। আজিৰ দিনটোলৈ ৫ হাজাৰ কৰণা ৰোগীক চিকিৎসা কৰিবলৈ সাজু অসম চৰকাৰ ।
  2. লকডাউন বৃদ্ধি হবনে বুলি প্ৰশ্নৰ উত্তৰত হিমন্তই কয় আশা কৰো ১৪ এপ্ৰিলৰ পাছত লকডাউন উঠাই লোৱা হব ।
  3. আগন্তক ৪ মাহৰ বিধৱা পেঞ্চন একেলগে মুকলি কৰিব চৰকাৰে ।
  4. আগন্তুক ২৪ ঘন্টা অসমত বৃদ্ধি হব কৰণাৰ নতুন ৰোগী । জামালুদ্দিন নামৰ শিলচৰৰ ব্যক্তিজন ২০০ তকৈ অধিক লোকৰ সংস্পৰ্শলৈ আহিছিল ।
  5. অসম চৰকাৰে কৰণাৰ বাবে ব্যয় কৰিছে ৮৫ হাজাৰ কোটি টকা ।
  6. অসম চৰকাৰৰ কৰ্মচাৰীসকলে অহা ৯ এপ্ৰিলত লাভ কৰিব মাহিলী দৰমহা । অৱশ্য়ে দৰমহাৰ ২০ শতাংশ কৰা হব কৰ্তন ।
  7. অহা ৭ এপ্ৰিলৰ পাছতহে অসমৰ বিত্তিয় অৱস্থাৰ বিষয়ে স্পষ্ট হব । গতিকে অহা ৭ এপ্ৰিলৰ পাছতহে পৰিস্থিতি মোকাবিলা কৰিবলৈ আৰ্থিক সাহায্য ঘোষণা কৰিব । 
  8. হিমন্তই কয় - ২০২১ ত মই নিৰ্বাচন নেখেলিব বিচাৰো তাৰ বিপৰীতে ২০২৪ত লোকসভা নিৰ্বাচন খেলিব বিচাৰো ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close