অসমৰ ৫ জিলাক কৰণাৰ হটস্পট ঘোষণা- অধিক কঠোৰ হব অসমৰ এই জিলাসমূহ । Assam hotspot district list - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, April 15, 2020

অসমৰ ৫ জিলাক কৰণাৰ হটস্পট ঘোষণা- অধিক কঠোৰ হব অসমৰ এই জিলাসমূহ । Assam hotspot district list

 ভাৰত চৰকাৰ স্বাস্থ্য় বিভাগৰ ফালৰ পৰা সমগ্ৰ ভাৰততে ১৭০ খন জিলাক কৰণাৰ হটস্পট হিচাপে ঘোষণা কৰা হৈছে । তাৰে ভিতৰত অসমৰো ৫ খন জিলাক কৰণাৰ হটস্পট হিচাপে পোৱা গৈছে । এই জিলাসমূহত লকডাউনৰ নিয়ম অধিক কঠোৰ হব বুলি জানিব পৰা গৈছে ।


কোন এই ৫ জিলা

অসমৰ কৰণাৰ হটস্পট হিচাপে পোৱা ৫ খন জিলা হৈছে -
  1. গোলাঘাট 
  2. মৰিগাঁও
  3. নলবাৰী
  4. গোৱালপাৰা আৰু 
  5. ধুবুৰী ।
আনহাতে অসমৰ কামৰূপ, কামৰূপ মহানগৰ, লখিমপুৰ, কাছাৰ, হাইলাকান্দি, দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জক একেলগে ক’ভিড-১৯ নন হটস্পট জিলাৰূপে ঘোষণা কৰা হৈছে।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close