SBIত নিযুক্তি ৮১৩৪ PO ৰ চাকৰি :
ভাৰতীয় ষ্টেট বেংক বিশ্বৰ ভিতৰতেই এক উল্লেখলবলগীয়া বিত্তীয় বেংকীয় প্ৰতিষ্ঠান । শেহতীয়াকৈ এই SBIতয়ে মুকলি হৈছে পদ ৮৯০৪ টা পদ । তাৰে অকল অসমতেই মুকলি হৈছে ১৮২ টা পদ । ইয়াৰ লগতে অৰুণাচল, মেঘালয় আদি উত্তৰ পূৰ্বাঞ্চলৰ অন্য়ান্য় ৰাজ্য়সমূহতো পদ মুকলি হৈছে । গতিকে কত কিদৰে কেনেকৈ আবেদন কৰিব আমি সেইয়া আপোনালোকক জনাম ।
ষ্টেট বেংক অসমত ১৮২টা পদত চাকৰি মুকলি
অসমত খালী হোৱা পদৰ নাম -
জুনিয়ৰ এচচিয়েট (কাষ্টমাৰ চাপৰ্ট এণ্ড চেলচ)
দৰমহা -
প্ৰায় ২০০০০ টকা প্ৰতি মাহে (Rs. 13,705/-(Basic Pay)
বয়স -
২০ বছৰ পৰা ২৮ বছৰৰ ভিতৰত
শিক্ষাগত অৰ্হতা -
গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH)। লগতে FINAL SEMESTERত থকা BA/BCOM./BSC/BTECHৰ ছাত্ৰ-ছাত্ৰীয়েও আবেদন জনাব পাৰিব ।
আবেদনৰ মাচুল -
৭০০ টকা (ST/SC/PWDৰ বাবে NIL )
কিদৰে বাচনি কৰা হব -
আবেদন কৰা প্ৰাৰ্থীসকলক Preliminary Examination আৰু Main Examination লগতে Group Exercises & Interview ৰ জৰিয়তে বাচনি কৰা হব ।
অসমৰ কত কত পৰীক্ষা হব-
অসমৰ Dibrugarh, Guwahati, Jorhat, Kokrajhar, Silchar আৰু Tezpur ত পৰীক্ষা অনুষ্ঠিত হব ।
প্ৰয়োজনীয় তাৰিখসমূহ :
অনলাইন আবেদনৰ আৰম্ভণীৰ দিন : -03-01-2020
অনলাইন আবেদনৰ শেষ দিন: 26-01-2020
অনলাইন আবেদন প্ৰিন্ট কৰাৰ শেষ দিন : 10-02-2020
Preliminary Examinationৰ অনুমানিক দিন: এপ্ৰিল
Date of Main Examinationৰ অনুমানিক দিন: জুন
কিদৰে আবেদন কৰিব-
আগ্ৰহী প্ৰাৰ্থীসকলে www.sbi.co.in নাইবা তলত দিয়া লিংকত 22nd April 2019ৰ ভিতৰত আবেদন কৰিব লাগিব ।
No comments:
Post a Comment