অসম চৰকাৰৰ Department of Elementary Education য়ে ঘোষণা কৰিব ওলাইছে Assam TET (Teachers' Eligibility Test) 2019 ৰ ৰিজাল্ট। আপুনি কিদৰে Assam TET (Teachers' Eligibility Test) 2019 ৰ ৰিজাল্ট চাব পাৰিব সেই বিষয়ে জনাম আজি ।
প্ৰাৰ্থীসকলে তেঁওলোকৰ Application No. আৰু Password টাইপ কৰি ৰিজাল্ট চাব পাৰিব ।
ভিন্ন বাতৰি কাকত অনুসৰি উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া তলত দিয়া হ'ল -
Paper-I : (LP)
Appeared: 218164
Qualified: 18906
Paper-II : (UP)
Appeared: 158648
Qualified: 15304
টেটৰ ৰিজাল্ট কিদৰে চাব -
২. ইয়াৰ পিছত আপোনাৰ Application No. আৰু Password টো মাৰক ।
৩. এইদৰে আপুনি আপোনাৰ ৰিজাল্ট চাব পাৰিব । (যিকোনো মুহুৰ্ত্তত ৰিজাল্ট ঘোষণা হব পাৰে নহলে ৩১ ডিচেম্বৰৰ ৬ বজালৈ ঘোষণা কৰা হব ।)
No comments:
Post a Comment