ষ্টেট বেংকত অসমত ৩০০ টা পদত চাকৰি মুকলি JUNIOR ASSOCIATE JOBS IN STATE BANK OF INDIA - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, April 25, 2019

ষ্টেট বেংকত অসমত ৩০০ টা পদত চাকৰি মুকলি JUNIOR ASSOCIATE JOBS IN STATE BANK OF INDIA

ষ্টেট বেংকত অসমত ৩০০ টা পদত চাকৰি মুকলি

ভাৰতীয় ষ্টেট বেংক বিশ্বৰ ভিতৰতেই এক উল্লেখলবলগীয়া বিত্তীয় বেংকীয় প্ৰতিষ্ঠান । শেহতীয়াকৈ এই SBIতয়ে মুকলি হৈছে পদ ৮৯০৪ টা পদ । তাৰে অকল অসমতেই মুকলি হৈছে ৩০০ টা পদ । ইয়াৰ লগতে অৰুণাচল, মেঘালয় আদি উত্তৰ পূৰ্বাঞ্চলৰ অন্য়ান্য় ৰাজ্য়সমূহতো পদ মুকলি হৈছে । গতিকে কত কিদৰে কেনেকৈ আবেদন কৰিব আমি সেইয়া আপোনালোকক জনাম । 




অসমত খালী হোৱা পদৰ নাম - 

জুনিয়ৰ এচচিয়েট (কাষ্টমাৰ চাপৰ্ট এণ্ড চেলচ)

দৰমহা - 

প্ৰায় ২০০০০ টকা  প্ৰতি মাহে  (Rs. 13,705/-(Basic Pay)

অসমত খালী হোৱা পদৰ সংখ্যা - 

300

বয়স - 

২০  বছৰ পৰা ২৮ বছৰৰ ভিতৰত 

শিক্ষাগত অৰ্হতা -

গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH)। লগতে FINAL SEMESTERত থকা BA/BCOM./BSC/BTECHৰ ছাত্ৰ-ছাত্ৰীয়েও আবেদন জনাব পাৰিব ।

আবেদনৰ মাচুল - 



কিদৰে বাচনি কৰা হব -

আবেদনকৰা প্ৰাৰ্থীসকলক Preliminary Examination আৰু Main Examination লগতে Group Exercises & Interview ৰ জৰিয়তে বাচনি কৰা হব । 

অসমৰ কত কত পৰীক্ষা হব : 

অসমৰ Dibrugarh, Guwahati, Jorhat, Kokrajhar, Silchar আৰু Tezpur ত পৰীক্ষা অনুষ্ঠিত হব ।

প্ৰয়োজনীয় তাৰিখসমূহ : 

অনলাইন আবেদনৰ আৰম্ভণীৰ দিন : 12-04-2019 
অনলাইন আবেদনৰ শেষ দিন: 03-05-2019
অনলাইন আবেদন প্ৰিন্ট কৰাৰ শেষ দিন : 18-05-2019 
Preliminary Examinationৰ অনুমানিক দিন: June 2019 
Date of Main Examinationৰ অনুমানিক দিন: 10-08-2019

কিদৰে আবেদন কৰিব- 

আগ্ৰহী প্ৰাৰ্থীসকলে www.sbi.co.in নাইবা তলত দিয়া লিংকত 22nd April 2019ৰ ভিতৰত আবেদন কৰিব লাগিব । 

লগতে পঢ়ক - 

অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - click here 



বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close